অসমীয়া বিজ্ঞান সাহিত্য
Assam University • Arts • FYUG
ASMDSC-453T Credit : 4 Contect hour - 60 Full Marks :100 (ESE 70+Intl. 30)
১০10165%01 - * ][]] /১]/[][)১৫-4537]' অসমীয়া বিজ্ঞান সাহিত্য ০0010. 4 00%97600 70077" - 60 101] 4079 - 100 (195]" 70711]. 30) বৰ্তমানৰ যুগটো হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানক আধাৰ হিচাপে লৈ ৰচিত হোৱা অসমীয়া বিজ্ঞান সাহিত্যৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এই কাকতখন প্ৰস্তুত কৰা হৈছে। গোট -১ ঃ বিজ্ঞান আৰু সাহিত্য। বিজ্ঞান সাহিত্যৰ ধাৰণা,পৰিসৰ আৰু প্রকাৰ। অসমীয়া বিজ্ঞান সাহিত্যৰ সংক্ষিপ্ত ইতিহাস। গোট -২ ঃ অসমীয়া জনপ্ৰিয় বিজ্ঞান লেখক আৰু লেখা গোট -৩ ঃ বিজ্ঞানভিত্তিক গল্পঃ গহ্ৰ ? ভবেন্দ্ৰ নাথ শইকীয়া গোট -৪ ঃ বিজ্ঞানভিত্তিক উপন্যাসঃ অপদাৰ্থ ঃ নৱকান্ত বৰুৱা গোট -৫ ঃ অসমীয়া বিজ্ঞানভিত্তিক নাটক সৰ্পিল ঃ হেমেন্দ্ৰ বৰঠাকুৰ ংগ পুথি ঃ অসমীয়া বিজ্ঞান সাহিত্য ঃ অৰবিন্দ ৰাজখোৱা(সম্পা.) অসমীয়া বিজ্ঞান সাহিত্য ঃ অতীতৰ পৰা বৰ্তমানলৈ ; ক্ষীৰধৰ বৰুৱা (সম্পা.) প্রাক্স্বাধীনতা কালৰ অসমীয়া বিজ্ঞান সাহিত্য পৰমানন্দ মহন্ত (সম্পা.) বিজ্ঞান সাহিত্য ঃ অসমীয়া বিজ্ঞান সাহিত্যৰ বিভিন্ন ধাৰা ঃ প্ৰমোদ চন্দ্ৰ নেওগ (সম্পা.)
Semester - VIII