অসমীয়া গদ্য সাহিত্য
Assam University • Arts • FYUG
ASMDSC-351T Credit : 4 Contect hour - 60 Full Marks :100 (ESE 70+Intl. 30) ১০106%59061
-
- ][ /১]৬][])১৫-351] অসমীয়া গদ্য সাহিত্য (০6011. 4 (07%1601 007"
-
60 101] ]/07/9 : 100 (1951 70711]. 30) এই পাঠ্যক্ৰমৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া গদ্য সাহিত্যৰ ক্ৰমবিকাশ, বৈশিষ্ট্য আৰু বৈচিত্ৰ্য সম্পৰ্কে জানিব পাৰিব। পাঠ্যক্ৰম ঃ গোট- ১? অসমীয়া গদ্যৰ উদ্ভৱ আৰু বিকাশ গোট- ২ শ্ৰীকৃষ্ণৰ পূৰ্বৰাগ ? শঙ্কৰদেৱ কথাগীতা(প্রথম আৰু দ্বিতীয় অধ্যায়) ৰামৰ বন গমন ঃ£ ৰঘুনাথ মহন্ত গোট- ৩ ঃ গুৰু চৰিত কথা (অংশ ৫২ পৰা ৬৩ লৈ) সত্ৰাধিকাৰৰ অভিষেক উৎসৱ ঃ মণিৰাম বৰভাণ্ডাৰ বৰুৱা গোট- ৪ ঃ শ্ৰীযুত ব্ৰাউন চাহাবৰ পত্ৰ নাথান ব্ৰাউন সোণতকৈ শ্রম ভাল ঃ আনন্দৰাম ঢেকিয়াল ফুকন গোট- ৫ ঃ মোৰ জন্ম-ৰহস্য ঃ লক্ষ্মীনাথ বেজবৰুৱা পণ্ডিতৰ ভূমাস্পৃহা ঃ বাণীকান্ত কাকতি বিহুৰ ভোগজৰা ঃ বেণুধৰ শৰ্মা পাঠ্যপুথিঃ স্নাতকৰ কথাবন্ধ ঃ গুৱাহাটী বিশ্ববিদ্যালয় গুৰু চৰিত কথা ঃ মহেশ্বৰ নেওগ (সম্পা.) বেজবৰুৱা গ্ৰন্থাৱলী, দ্বিতীয় খণ্ড $ঃ অতুল চন্দ্ৰ হাজৰিকা (সম্পা.) আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া লৰাৰ মিত্ৰ ঃ যোগেন্দ্ৰ নাৰায়ণ ভূঞা (সম্পা.) গদ্যৰ সাধনা £ হোমেন বৰগোহাঞি (সংক, আৰু সম্পা.) ংগ পুথিঃ অসমীয়া গদ্যৰ গতিপথ হৰিনাথ শৰ্ম দলৈ পুৰণি অসমীয়া সাহিত্য ঃ বাণীকান্ত কাকতি অসমীয়া কথা সাহিত্য ঠ বিৰিঞ্চি কুমাৰ বৰুৱা মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যৰ ৰেঙণি _; দীপ্তি ফুকন পাটগিৰি প্রাচীন অসমীয়া গদ্যশৈলী ঃ অৰ্পণা কোঁৱৰ বুৰঞ্জী সাহিত্য লীলা গগৈ গুৰুচৰিত কথা ( পাতনি) £ মহেশ্বৰ নেওগ (সম্পা.) বুৰঞ্জী সাহিত্য ঃ লীলা গগৈ
Semester - VI ASMDSC-352 T Credit : 4 Contect hour - 60
Full Marks :100 (ESE 70+Intl. 30)
Classicism, Romanticism
Modernism),
Gender Studies, Feminism
An Introduction to Study of Literature : W.H.Hudson A History of Literary Criticism : M.A.R. Habib ১০0069061" - * ] /১]/])১(-352 '][' সাহিত্যিক মতবাদ আৰু অসমীয়া সাহিত্য ০৫0.4 ৫০০০৫ 007" - 60 1"%1]] 1407 * 100 (1951; 70741]. 3(0)) সাহিত্যত এইবোৰৰ প্রয়োগ বা প্রভাৱ সম্পৰ্কেও অৱগত হ'ব পাৰিব। গোট -১ $ ধ্ৰুৱবাদ, ৰোমাণ্টিকতাবাদ (("1888101917], ]২01]]811101917]) গোট -২ ঃ আধুনিকতাবাদ ([$[00211]191]), আধুনিকতাবাদৰ বিভিন্ন ধাৰাসমূহৰ পৰিচয় গোট -৩ ঃ লিঙ্গ অধ্যয়ন, নাৰীবাদ (06211021' 50001629, ]"€27]11]191]]) গোট -৪ $ অসমীয়া কবিতা আৰু নাটকত পাশ্চাত্য প্রভাৱ গোট -৫ ঃ অসমীয়া উপন্যাসত পাশ্চাত্য প্ৰভাৱ প্রসংগ পুথি ঃ সাহিত্যৰ বাদ-বৈচিত্ৰয $ নগেন শইকীয়া সাহিত্যৰ তত্ব আৰু প্ৰয়োগ $ বিমল মজুমদাৰ সাহিত্য তত্্ব আৰু সমালোচনাতত্ব $ নাহেন্ৰৰ পাদুন চিন্তা প্রবাহ $ নাহেন্দ্ৰ পাদুন (সম্পা.) নাৰীবাদ আৰু অসমীয়া উপন্যাস $ গোবিন্দ প্রসাদ শৰ্মা আধুনিক অসমীয়া সাহিত্যৰ পৰিচয় ঃ লীলা গগৈ (সম্পা.) সাহিত্য ও সমালোচনাৰ ৰূপ-ৰীতি $ উজ্জ্বল কুমাৰ মজুমদাৰ /%া] []10"00000101]1 [0 ১000%)01 [,1(2180016 : সখ,]][.[[008901] £/% ]]18001"% 01 [1[2181"% (471010191]] : ]৬[./%.]২. ]1]8010
Semester - VI
ASMDSC-353T
Credit : 4 Contect hour - 60 Full Marks :100 (ESE 70+Intl. 30)
Background of Assamese culture : Rajmohan Nath ১০1165001" - *] /১৷/[1১১৫-3531]. অসমীয়া লোকসংক্কৃতি ০0100. 4 060%81600 70107" - 60) 11] 10119 : 100 (151 70711]. 30) কালৰে পৰা প্রচলিত হৈ অহা লোক-পৰম্পৰাৰ বিষয়ে সম্যক জ্ঞান প্রদান কৰা হ'ব। গোট -১ ঃ লোকসংস্কৃতিৰ সংজ্ঞা,স্বৰূপ আৰু পৰিসৰ গোট -২ ঃ অসমীয়া লোকসংস্কৃতি ঃ উপাদান আৰু স্বৰূপ গোট -৩ ঃ অসমীয়া মৌখিক সাহিত্য ঃ লোকগীত, সাধুকথা, প্রবাদ-প্ৰবচন গোট -৪ £ঃ অসমৰ লোক-উৎসৱ ঃ বিহু, চমাংকান, বৈশাণু, ভঠেলি; লোকবিশ্বাস, লোকাচাৰ গোট -৫ £ অসমৰ পৰম্পৰাগত লোকশিল্প আৰু লোক পৰিৱেশ্য-কলা পাঠ্য পুথি ঃ অসমীয়া লোকসংস্কৃতিৰ আভাস ঃ নবীন চন্দ্ৰ শৰ্মা অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা ঃ লীলা গগৈ অসমৰ লোকসাহিত্য ঃ শশী শৰ্মা প্রসংগ পুথি ঃ উত্তৰ পূৰ্বাঞ্চলৰ লোক পৰিৱেশ্য কলা $ নবীন চন্দ্ৰ শৰ্মা অসমৰ লোক-সংস্কৃতি ঠ বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ লোক সংস্কৃতি $ নিৰ্মল প্রভা বৰদলৈ অসমীয়া লোকসাহিত্য ঃ প্ৰহ্লাদ কুমাৰ বৰুৱা (সম্পা) অসমীয়া জনসাহিত্য ঃ প্ৰফুল্লদত্ত গোস্বামী অসমৰ লোকসংস্কৃতি ঃ চাও লোকেশ্বৰ গগৈ লোককৃষ্টিৰ উৎস $ শিৱনাথ বৰ্মন অসমৰ জনগোষ্ঠীয় লোকসাহিত্য সুবাসনা মহন্ত চৌধুৰী,পল্লৱী ডেকা বুজৰবৰুৱা (সম্পা) জনকৃষ্টিৰ ৰূপৰেখা নবীন চন্দ্ৰ শৰ্মা লোকসংস্কৃতি $ নবীন চন্দ্ৰ শৰ্মা বৰ অসমৰ বৰ্ণিল সংস্কৃতি ঃ উপেন ৰাভা হাকাচাম গোৱালপৰীয়া লোকগীত সংগ্ৰহ $ বীৰেন্দ্ৰ নাথ দত্ত দৰঙী লোকসাহিত্যৰ ৰূপৰেখা $ কনক চন্দ্ৰ চহৰীয়া 138[:81070110 01/১৪9811]1692 ০0[[0016 : [২৪]1]0]181] ]খ৪]]
Semester - VI ASMDSC-354 T Credit : 4 Contect hour - 60 Full Marks :100 (ESE 70+Intl. 30)
,
১০10069060 - *] /%১১]/[][)১(৫-354 ]' তুলনামূলক ভাৰতীয় সাহিত্য 6০6010.:4 ৫৮০৮%1০৫% 70007" - 60) 1"%1]] 1407 * 100 (1951; 70741]. 3(0)) এই পাঠ্যক্ৰমৰ যোগেদি ছাত্ৰর-ছ্বত্বীসকলে তুলনামূলক সাহিত্য আৰু ভাৰতীয় সাহিত্যৰ সংজ্ঞা, স্বৰূপ সম্পৰ্কে অৱগত হ’ব পাৰিব। তদুপৰি ভাৰতীয় সাহিত্যৰ বিভিন্ন ধাৰা যেনে-কবিতা,চুটিগল্প আৰু উপন্যাস সম্পৰ্কে ধাৰণা দিবলৈ যত্ন কৰা হৈছে। গোট -১ ঃ তুলনামূলক সাহিত্য ঃ সংজ্ঞা:উৎপত্তি, স্বৰূপ আৰু বিকাশ তুলনামূলক ভাৰতীয় সাহিত্যৰ স্বৰূপ গোট -২ ঃ ব্ৰজবুলি কবিতা বিদ্যাপতি ঃ বৰ্ষাত বিৰহ শংকৰদেৱ ঃ মাথুৰ বিৰহ (১, ২) গোট -৩ ঃ অসমীয়া গল্প- গোট -৪ ঃ ৱাপছী £ উষা প্ৰিয়ম্বদা (হিন্দী গল্প) কাবুলীৱালা ঃ ৰবীন্দ্ৰনাথ ঠাকুৰ (বাংলা) গোট -৫ নিৰ্মলা ঃ মুন্সী প্ৰেমচন্দ্ৰ (হিন্দী উপন্যাস) পাঠ্য পুথি ঃ ব্ৰজবুলি গীতিণগুচ্ছ $ গুৱাহাটী বিশ্ববিদ্যালয় নিৰ্মলা $ মুন্সী প্ৰেমচন্দ্ৰ ব্লজবৰুৱাৰ গ্ৰন্থাৱলী $ (সম্পা.) নগেন শইকীয়া ংগ পুথি ব্ৰজবুলি ভাষা সাহিত্য $ নাৰায়ণ দাস ভাৰতীয় সাহিত্য সংকলন $ পৰাগ কুমাৰ ভট্টাটাৰ্য আৰু পৰমানন্দ ৰাজবংশী আধুনিক ভাৰতীয় সাহিত্য $ শৈলেন ভৰালী বৈষ্ণৱ পদাৱলী সাহিত্য পশ্চাৎপট ও উৎস ঃ দেৱীদাস ভট্টাচাৰ্য প্ৰেম ধৰ্ম আৰু বৈষ্ণৱ কাব্য $ পৰাগ কুমাৰ ভট্টাচাৰ্য
Semester - VII
ASMDSC- 401T
Credit : 4 Contect hour - 60
Full Marks :100 (ESE 70+Intl. 30)
১০0069061- * [] /%১১]/[])১৫-- 401']' বিশেষ এক সাহিত্যৰ অধ্যয়ন (09011. 4 07%91600 90707" - 6() 1701] 14071 * 100 (1'১1" 70711]. 30) অসমীয়া সাহিত্য সম্তাৰৰ মাজৰ পৰা নিৰ্বাচন কৰি লোৱা বিশেষ এক সাহিত্য-কৃতি অধ্যয়নৰ যোগেদি এই কাকতৰ মূল লক্ষ্য। গোট-১ ঃ ৰামায়ণ ঃ উৎপত্তি আৰু ক্ৰমবিকাশ, ভাৰতীয় প্রাদেশিক ভাষাত ৰামায়ণ গোট-২ ঃ মাধৱ কন্দলিৰ ৰামায়ণ £ ভাষা, অনুবাদ ৰীতি আৰু কাব্যিক সৌন্দৰ্য মৌলিকত্ব গোট-৩ ঃ কন্দলি ৰামায়ণৰ মৌলিকত্ব আৰু বৈশিষ্ট্য গোট-৪ ঃ কন্দলি ৰামায়ণত অসমৰ প্ৰকৃতি আৰু সমাজ-জীৱনৰ চিত্ৰ গোট-৫ ?£ পৰৱৰ্তী কালৰ সাহিত্যত কন্দলি ৰামায়ণৰ প্রভাৱ পাঠ্যপুথি ? মাধৱ কন্দলিৰ সপ্তকাণ্ড ৰামায়ণ--হৰিনাৰায়ণ দত্তবৰুৱা (সম্পাদিত) ংগ পুথি ঃ ৰামায়ণৰ ইতিবৃত্ত $ সত্যেন্দ্ৰনাথ শৰ্মা অসমীয়া ৰামায়ণ সাহিত্য $ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু অসমীয়া ৰামায়ণ সাহিত্য- কথাবস্তুৰ আতিগুৰি 3 কেশদা মহন্তে ৰামায়ণী সাহিত্যৰ অধ্যয়নঃ সমীক্ষাত্মক আলোচনা ঃ ইন্দিৰা শইকীয়া বৰা আৰু কমলাকান্ত বৰা (সম্পাদিত) মাধৱ কন্দলিৰ ৰামায়ণ £ শশী শৰ্মা মাধৱ কন্দলিৰ ৰামায়ণ ঃ লীলাৱতী শইকীয়া বৰা ৰামায়ণঃ গংগাৰ পৰা ব্ৰক্ষ্মপূত্ৰলৈ ইন্দিৰা গোস্বামী (অনু, পাৰ্থপ্ৰতিম হাজৰিকা)
Semester - VII
ASMDSC- 402T Credit : 4 Contect hour - 60 Full Marks :100 (ESE 70+Intl. 30) ১৬০0069060 - * ][] /১১]৬[])১০৫:- 4021 অসমৰ লোক পৰিবেশ্য-কলা (09011. 4 07%91600 70707" - 6() 1"%1]] 1407 * 100 (1951; 70711]. 3(0)) এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে লোক পৰিৱেশ্য কলাৰ বিষয়ে অধ্যয়ন কৰিবলৈ সুবিধা পাব। সমাজৰ পৃষ্ঠপোষকতাত এইবিধ কলা জীয়াই থাকে। সমাজ আৰু মানৱ জাতিৰ নান্দনিক প্রকৃতি এইবিধ কলাৰ মাজেৰে প্রকাশ পায়। পৰিবেশ্য কলাৰ লগত সমাজ জীৱন,জনবিশ্বাস,ৰীতি,আৱেগ-অনুভূতিৰ যে এক গভীৰ সম্বন্ধ আছে সেয়া এই অধ্যয়নৰ জৰিয়তে বুজাত সহায় হ'ব। গোট-১ ঃ লোক পৰিৱেশ্য-কলাৰ পৰিচয় গোট-২ ঃ পৰিৱেশ্য কলাত ভৌতিক সংস্কৃতিৰ উপাদানঃ বিবিধ ধৰণৰ বাদ্যযন্তু, মুখা, সাজ-পোছাক আৰু অন্যান্য গোট-৩ $ পৰিৱেশ্য কলা আৰু পৰিৱেশন শৈলী গোট-৪ ঃ অসমৰ সত্ৰ-নামঘৰ আৰু পৰিৱেশ্য কলাৰ সংৰক্ষণত ইয়াৰ অৱদান ভাৱৰীয়া পাঠ্যপুথি ঃ অসমীয়া লোক সংস্কৃতিৰ আভাস নবীন চন্দ্ৰ শৰ্মা সত্ৰ সংস্কৃতিৰ ৰূপৰেখা £ কেশৱানন্দ দেৱগোস্বামী প্রসংগ পুথি ঃ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকনৃত্য $ নবীন চন্দ্ৰ শৰ্মা সত্ৰীয়া নৃত্য আৰু সত্ৰীয়া নৃত্যৰ তাল $ মহেশ্বৰ নেওগ অসমৰ নাট্য- নৃত্যকলা $ সুৰেশ চন্দ্ৰ গোস্বামী
Semester - VII
ASMDSC- 403T Credit : 4 Contect hour - 60 Full Marks :100 (ESE 70+Intl. 30)
Morphology : L.Nida Structure of Assamese : Golok Ch. Goswami Assamese : Its Formation and Developement : Banikanta Kakati ১০70165001 - *]] /%১]/[১১৫- 4031] ৰূপতত্ব আৰু অসমীয়া ভাষা (90110. 4 060%81600 70107" - 60) 101] ]/07/9 : 100 (1951 70711]. 30) এই পাঠ্যক্ৰমৰ জৰিয়তে অসমীয়া ভাষাৰ ৰূপ,ৰূপৰ প্রকাৰ:শব্দসাধন,পদগঠন প্রক্ৰিয়াৰ বিষয়ে ছাত্ৰ-ছাত্ৰীয়ে বিশদ ভাৱে জানিব পাৰিব। গোট -১ £ঃ ৰূপতত্ব ঃৰূপ, প্রাকৃতি, শব্দ, অক্ষৰ, আকৃতিৰ পৰা প্রাকৃতি নিৰ্ণয়, উপাকৃতি,ৰূপধ্বনিগত পৰিৱৰ্তন, মুক্তৰূপ আৰু বদ্ধৰূপ, প্রকৃতি আৰু সৰ্গ (উপসৰ্গ, অন্তঃসৰ্গ,পৰসৰ্গ), শব্দসাধন আৰু পদগঠন, ব্যাকৰণগত বিষয় গোট -২ ঃ অসমীয়া ভাষাৰ প্রাকৃতিৰ শ্ৰেণীবিভাজন ঃ প্রকৃতি (নাম প্রকৃতি,ধাতু প্রকৃতি,অব্যয় প্রকৃতি), মূলাভাস প্রকৃতি আৰু সৰ্গ (উপসৰ্গ আৰু পৰসৰ্গ) গোট -৩ ঃ অসমীয়া ভাষাৰ শব্দৰ শ্ৰেণীবিভাজন আৰু শব্দ সাধন প্ৰক্ৰিয়া গোট -৪ ঃ অসমীয়া ভাষাৰ পদ গঠন ঃ বচন, লিংগ, পুৰুষ, কাৰক-শব্দবিভক্তি গোট -৫ ঃ অসমীয়া ভাষাৰ ক্ৰিয়াপদৰ শ্ৰেণীবিভাজন,ধাতুৰূপ- মুখ্য আৰু গৌণ পাঠ্য পুথি ঃ অসমীয়া ভাষাৰ ৰূপতত্বব ঃ লীলাৱতী শইকীয়া বৰা অসমীয়া ব্যাকৰণ প্রৱেশ ঃ গোলোক চন্দ্ৰ গোস্বামী 1%[01])]10]08%) : [.]খ10]9‘ প্রসংগ পুথি ঃ অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব $£ কালিৰাম মেধি অসমীয়া ভাষাৰ গঠন আৰু বিকাশ $ (অনু) বিশ্বেশ্বৰ হাজৰিকা অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ $ উপেন্দ্ৰ নাথ গোস্বামী ব্যাকৰণ আৰু প্রকৰণ বিজ্ঞান $ ৰমেশ পাঠক অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ ঃ গোলোক চন্দ্র গোস্বামী অসমীয়া ভাষাৰ পৰিচয় $ উপেন্দ্ৰ নাথ গোস্বামী অসমীয়া ভাষাৰ ৰূপ-কথা $ উপেন্দ্ৰ নাথ গোস্বামী অসমীয়া ভাষাৰ ব্যাকৰণ $ উপেন্দ্ৰ নাথ গোস্বামী 5০07000016 01/১৪98111696 : 07010] (:]]. 3709"4%81]1]1 /%১99811]126962 : 118 ]"011118.101] 8110 1)6৮610]2211211{( : ]}381]11.9111811<9[01
Semester - VII
ASMDSC- 404 T Credit : 4 Contect hour - 60 Full Marks :100 (ESE 70+Intl. 30) The Evolution of Assamese Script : Mahendra Bora ১০৫1069001" - * [] /১১]*[])১৫:- 4047 অসমীয়া লিপি (০011. 4 (07%160/ 007" - 60 1"%1]] 1407 * 100 (1951; 70711]. 3(0)) এই পাঠ্যক্ৰমৰ জৰিয়তে অসমীয়া লিপিৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে ছাত্র-ছাত্ৰীসকল জ্ঞাত হ'ব পাৰিব। গোট-১ ঃ লিপিৰ জন্ম আৰু বিকাশ গোট-২ ঃ ভাৰতীয় পুৰালিপিৰ উৎপত্তি আৰু বিকাশ গোট-৩ ঃ অসমীয়া লিপিৰ উৎপত্তি আৰু বিকাশৰ ধাৰণা,অসমীয়া লিপিৰ উৎসসমূহ আৰু লেখন সামপ্ৰী গোট-৪ ঃ পঞ্চম শতিকাৰ পৰা৷ দ্বাদশ শতিকাৰ শেষলৈকে প্রাপ্ত অসমীয়া লিপিসমূহৰ পৰিচয় গোট-৫ ঃ ত্রয়োদশ শতিকাৰ পৰা উনবিংশ শতিকালৈ প্রাপ্ত লিপি আৰু আধুনিক অসমীয়া লিপিৰ পৰিচয় পাঠ্য পুথি ঃ অসমীয়া লিপি ঃ উপেন্দ্ৰ নাথ গোস্বামী অসমীয়া প্রাচীন লিপি ঃ সৰ্বেশ্বৰ কটকী প্ৰসংগ পুথি ঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত সত্যেন্দ্ৰ নাথ শৰ্মা অসমীয়া সাহিত্যৰ ৰূপৰেখা $ মহেশ্বৰ নেওগ বিশ্বলিপিৰ ভূমিকা নাৰায়ন দাস ']]16 [চ+%01001011 01/১998111296 ১০017{ : ][8]1211018 13018.
Semester - VIII
ASMDSC-451T
Credit : 4 Contect hour - 60
Full Marks :100 (ESE 70+Intl. 30)
-
১০06%9500601' - *[]] /০াপ[[)৬0৫-451']' বিদ্যায়তনিক লেখন (06011. 4 (2071601 7077" - 60 1"%1]] 1407 * 100 (1১1 70711. 30) এই কাকতখনৰ জৰিয়তে ছাত্ৰর-ছ্বত্ৰীসকলে লেখন কলাৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ লগতে বিদ্যায়তনিক লেখনৰ বিভিন্ন প্ৰকাৰ আৰু এইবোৰৰ কলা-কৌশল সম্পৰ্কে অৱগত হ’ব পাৰিব । গোট -১ ঃ লেখন কাৰ্যৰ পৰিচয়, লেখনৰ প্রকাৰ, লেখন কাৰ্যৰ বিভিন্ন স্তৰসমূহ, লৈখনৰ বিষয় আৰু শৈলী । গোট -২ ঃ উৎকৃষ্ট লেখনৰ চৰ্তাৱলী, যথাৰ্থতা, সংক্ষিপ্ততা, স্পষ্টতা; অনুচ্ছেদ ৰচনা, বৈয়াকৰণিক জ্ঞান গোট -৩ ঃ বিদ্যায়তনিক লেখনৰ স্বৰূপ, প্ৰশ্নোত্তৰ লেখন, আলোচনা পত্ৰ প্রস্তুতকৰণ,ক্ষুদ্ৰ গৱেষণা কণিকা আৰু গৱেষণা গ্ৰন্থ প্রস্তুতকৰণৰ কৌশল গোট -৫ ঃ বিদ্যায়তনিক লেখনত অসমীয়া ভাষাৰ ব্যৱহাৰ,সংক্ষিপ্তকৃত শব্দ, পাৰিভাষিক শব্দ, সমাৰ্থক শব্দ, বিপৰীত শব্দ, জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্রয়োগ, বিষয়বস্তু অনুযায়ী শব্দ প্রয়োগৰ জ্ঞান। পাঠ্যপুথি ঃ গৱেষণা প্রণালী তত্ব্ব £ মহেন্দ্ৰ বৰা নিকা অসমীয়া ভাষা £ মহেশ্বৰ নেওগ প্রসংগ পুথি ঃ গৱেষণা পদ্ধতি পৰিচয় সাহিত্য উপক্ৰমণিকা সাহিত্য বিচাৰ প্রৱন্ধ সাহিত্য আৰু গৱেষণা গ্ৰন্থৰ ৰচনা পদ্ধতি বিজ্ঞান লেখকৰ হাতপুথি সাংবাদিকতা জনসম্পৰ্ক গণমাধ্যম আৰু সম্প্ৰচাৰ সাংবাদিকতা $ মহেন্ৰ্ৰ বৰা $ নিখিলেশ পুৰকাইত আৰু হীৰেন গোঁহাই দীনেশ চন্দ্ৰ গোস্বামী ঃ মনোজ কুমাৰ গোস্বামী আৰু প্ৰশান্ত কুমাৰ মহন্ত (সম্পা.) অংকুৰণ দত্ত আৰু অনামিকা ৰায় $ অংকুৰণ দত্ত
Semester - VIII
ASMDSC-452 T
Credit : 4 Contect hour - 60
Full Marks :100 (ESE 70+Intl. 30)
১০106%9061" - * []] /১]৬[])১৫-452 '] শংকৰদেৱ আৰু শংকৰদেৱ চৰ্চা (0০011: 4 (07%71620101/77"
-
60 101] ]/07/9 : 100 (1951 70711]. 30) অসমীয়া সাহিত্য-সংস্কৃতি তথা সমাজৰ নৱৰূপ দিওঁতা আৰু অসমীয়া জাতিৰ প্রাণ প্রতিষ্ঠা কৰোঁতা মহাপুৰুষ শংকৰদেৱৰ জীৱন আৰু কৰ্মৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলে পৰিচয় লাভ কৰিব। লগতে সাম্প্ৰতিক কালত শংকৰদেৱ চৰ্চা সম্পৰ্কেও আভাস পাব। শংকৰদেৱৰ সামগ্ৰিক অৱদান সম্পৰ্কে জ্ঞাত কৰাই এই কাকতৰ উদ্দেশ্য। গোট -১ $ শংকৰদেৱৰ জীৱন পৰিক্ৰমা । অসমৰ বৈষ্ণৱ আন্দোলনলৈ শংকৰদেৱৰ অৱদান । গোট -২ $ঃ শংকৰদেৱৰ সাহিত্য প্রতিভাৰ চানেকি ঃ কীৰ্তন ঘোষা গোট -৩ ঃ আধুনিক কালত শংকৰদেৰ চৰ্চা গোট -৪ ঃ আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ ঃ প্রভাৱ আৰু প্রতিফলন গোট -৫ ঃ অসমৰ সমাজ-সংস্কৃতিত শংকৰদেৱৰ প্রভাৱ প্রসংগ পুথি ঃ মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ লক্ষ্মীনাথ বেজবৰুনা থ্ৰী ত্ৰী শংকৰদেৱ ঃ মহেশ্বৰ নেওগ এতিহাসিক পটভূমিত মহাপুৰুষ শংকৰদেৱ ৪ বাপচন্দ্ৰ মহন্ত বিশ্বদৰবাৰত শ্ৰীমন্ত শংকৰদেৱ $ উইলিয়াম এল স্মিথ আৰু প্রভাত চি দাস শংকৰদেৱ চৰ্চা $ বিমল মজুমদাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ $ নবীন চন্দ্ৰ শৰ্মা আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱ প্ৰসঙ্গ ঃ প্ৰফুল্ল চন্দ্ৰ বৰা আধুনিক অসমীয়া সাহিত্যত শংকৰদেৱৰ সংগ্ৰহণ $ সত্যকাম বৰঠাকুৰ (সম্পা.) শংকৰদেৱ অধ্যয়নৰ এতিহ্য আৰু সাম্প্ৰতিক চিন্তা-চৰ্চা ঃ সম্পা. প্রফুল্ল চন্দ্ৰ বৰা প্রবন্ধগানৰ পৰম্পৰাত বৰগীত ঃ বাপচন্দ্ৰ মহন্ত কীৰ্তন পুথিৰ ৰস বিচাৰ $ হীৰেন গোহীই জ্ৰীমন্ত শংকৰদেৱ ঃ কৃতি আৰু কৃতিত্ব ঃ শিৱনাথ শৰ্মা
Semester - VIII ASMDSC-453T Credit : 4 Contect hour - 60 Full Marks :100 (ESE 70+Intl. 30)
১০10165%01 - * ][]] /১]/[][)১৫-4537]' অসমীয়া বিজ্ঞান সাহিত্য ০0010. 4 00%97600 70077" - 60 101] 4079 - 100 (195]" 70711]. 30) বৰ্তমানৰ যুগটো হৈছে বিজ্ঞানৰ যুগ। বিজ্ঞানক আধাৰ হিচাপে লৈ ৰচিত হোৱা অসমীয়া বিজ্ঞান সাহিত্যৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এই কাকতখন প্ৰস্তুত কৰা হৈছে। গোট -১ ঃ বিজ্ঞান আৰু সাহিত্য। বিজ্ঞান সাহিত্যৰ ধাৰণা,পৰিসৰ আৰু প্রকাৰ। অসমীয়া বিজ্ঞান সাহিত্যৰ সংক্ষিপ্ত ইতিহাস। গোট -২ ঃ অসমীয়া জনপ্ৰিয় বিজ্ঞান লেখক আৰু লেখা গোট -৩ ঃ বিজ্ঞানভিত্তিক গল্পঃ গহ্ৰ ? ভবেন্দ্ৰ নাথ শইকীয়া গোট -৪ ঃ বিজ্ঞানভিত্তিক উপন্যাসঃ অপদাৰ্থ ঃ নৱকান্ত বৰুৱা গোট -৫ ঃ অসমীয়া বিজ্ঞানভিত্তিক নাটক সৰ্পিল ঃ হেমেন্দ্ৰ বৰঠাকুৰ ংগ পুথি ঃ অসমীয়া বিজ্ঞান সাহিত্য ঃ অৰবিন্দ ৰাজখোৱা(সম্পা.) অসমীয়া বিজ্ঞান সাহিত্য ঃ অতীতৰ পৰা বৰ্তমানলৈ ; ক্ষীৰধৰ বৰুৱা (সম্পা.) প্রাক্স্বাধীনতা কালৰ অসমীয়া বিজ্ঞান সাহিত্য পৰমানন্দ মহন্ত (সম্পা.) বিজ্ঞান সাহিত্য ঃ অসমীয়া বিজ্ঞান সাহিত্যৰ বিভিন্ন ধাৰা ঃ প্ৰমোদ চন্দ্ৰ নেওগ (সম্পা.)
Semester - VIII
ASMDSC-454T
Credit : 4 Contect hour - 60
Full Marks :100 (ESE 70+Intl. 30)
The nature of Biography : John A. Garraty The Craft of Literary Biography : J. Meyers Development of Assamese Biography : Anjali Sarma Biographical Writings in Assamese, in Comparative Indian Literature, Vol II : Gobinda Prasad Sarma ১৬০016%9061 - * ][][] /১]*[])১(-454] অসমীয়া জীৱনী সাহিত্য (06011. 4 (€0791601 70007" - 60) 101] ]/07/9 : 100 (1951 70711]. 30) এই কাকতখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া জীৱনী সাহিত্যৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰিব।। চৰিত পুথিৰ পৰা আৰম্ভ কৰি কিদৰে জীৱনী সাহিত্যই বিকাশ লাভ কৰিলে সেই সম্পৰ্কেও অৱগত হ’ব। গোট -১ ঃ জীৱনী সাহিত্যৰ পৰিচয় $ জীৱনী, আত্মজীৱনী, দিনলেখা গোট -২ ৪ চৰিত পুথি ঃ দৈত্যাৰি ঠাকুৰৰ গুৰু চৰিতৰ নিৰ্বাচিত অংশ গোট -৩ঃ হৰকান্ত সদৰামীনৰ আত্মজীৱনী পদ্মনাথ গোহাঞিবৰুৱাৰ ‘মোৰ সৌৱৰণী’” গোট -৪ £ লক্ষ্মীনাথ বেজবৰুৱাঃ মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ গোট -৫£ঃ সূৰ্যকুমাৰ ভূঞাঃ আনন্দৰাম বৰুৱা অঞ্জলি শৰ্মা $ চন্দ্ৰপ্ৰভা পাঠ্যপুথি ? চৰিত পুথি ঃ দৈত্যাৰি ঠাকুৰৰ গুৰু চৰিত মোৰ সোঁৱৰণী ঃ পদ্মনাথ গোহাঞিবৰুৱা মহাপুৰুষ শ্ৰী শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ ঃ লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰপ্ৰভা $ অঞ্জলি শৰ্মা প্রসংগ পুথি ঃ জীৱনী আৰু আত্মজীৱনী $ গোবিন্দ প্রসাদ শৰ্মা আলোচনা সাহিত্য $ পৰীক্ষিত হাজৰিকা গুৰু-চৰিত-কথা অধ্যয়ন $ মুকুল চত্ৰৱ্্তী প্রসংগঃ উনবিংশ শতিকাৰ অসমীয়া সাহিত্য £ উমেশ ডেকা সাহিত্যৰথী $ প্রফুল্ল কটকী পদ্মনাথ গোহাঞিবৰুৱা ৪ চন্দ্ৰপ্ৰসাদ শইকীয়া (সম্পা.) ']]]6 1180016 01 1310818])|]}/ : ]0]]1] /%. 08118) [16 শ81[01 ][,1[(21801"} 1)10818]|)]] : ]. [9[০%)219 ]1)26%৮610])11211{ 01 /১9981112686 1310818])]।7) : /11]8]1 ১৪1]11]8 13108181)]]1081 ঘ%11{11169 111 /১৪98111696, 11) €01])2818{196 [11011] ].1(21810016, ৬০] [] : 00011108 "18990 ১০৪11]]18
Semester - VIII
ASMDSC- 455
Research Project/Dissertation Credit : 12 ( Research Project/Dissertation DRC (Departmental Reseach Committee) Progress Review, Re- search Project/Dissertation DRC Research Methodology in Social Science : C. R. Kothari MLA Handbook (8th Edition) ১৬০0165061 - * ][]] /%১১][])১৫:- 455 1২০১০৪৷""€]) 1"1"0]606/1)]9961"(8 (1011 (06011... 12 ( ক্ষুদ্ৰ গৱেষণা গ্ৰন্থ ([২০৪০৪৷"০]৷ 1"”"'0]600/])1892118.001]) ৰ মুঠ নম্বৰ ৩০০ ৷ ইয়াৰে ৯০ নম্বৰ আভ্যন্তৰিণ মূল্যায়নৰ বাবে। এই আভ্যন্তৰিণ মূল্যায়ন সংশ্লিষ্ট তত্বাৱধায়ক আৰু ][)][২(" (1)2])8101121108.| 1]২০৪০৪০]৷ (:0010110100262) য়ে ছাত্ৰ-ছাত্ৰীসকলৰ তিনিটা প্রগতি মূল্যায়ন (১1081299 ]ং6৮16ঘ্ম, প্ৰতিটোৰে ৩০ নম্বৰকৈ ) ৰ যোগেদি কৰিব লাগিব। বাকী ২১০ নম্বৰ ষাণ্মাসিকান্ত পৰীক্ষাৰ বাবে থাকিব। ক্ষুদ্ৰ গৱেষণা গ্ৰন্থ ([২০- 9০811] ]"1'0]1600/])1992118.0.01]) ৰ মূল্যায়ন ])]২(* আৰু এজন বহিপৰীক্ষকৰ দ্বাৰা সম্পন্ন হ’ব। ) ছাত্ৰ-ছাত্ৰীসকলে বিভাগীয় শিক্ষকৰ তত্বাৱধানত অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি তথা অসমৰ জনগোষ্ঠীয় জীৱন সংক্ৰান্তীয় একোটি বিষয় নিৰ্বাচন কৰি ক্ষুদ্ৰ গৱেষণা গ্ৰন্থ প্রস্তুত কৰিব। ক্ষুদ্ৰ- গৱেষণা গ্ৰন্থখন প্রায় ৫০০০ শব্দৰ ভিতৰত (বা প্রায় ৫০ পৃষ্ঠাৰ) হ’ব লাগিব। প্রসংগ পুথি-ঃ গৰেষণা প্রণালী $ নগেন শইকীয়া৷ গৱেষণা প্রণালীতত্ব $ মহেন্দ্ৰ বৰা ]১০৪০৪৷৷]] ]/[201000108 111 ১০০18] ১০121062 : 6 ]২, 40181 ]%[]./% ]]8110000]< (8]) 1701001])
Detailed Syllabus of Assamese DSM Course Semester - I ASMDSM-101T Credit : 3 Cotect hours - 45 Full Marks : 100 (ESE 70 + Intl. 30)
1)6081160 ১5% 1]13]021019 01./১৪৪3111696 1)৬|[৮] €(:001"96 ১০০016%9001 - ] /১]৬[])১]9[-101"][' অসমীয়া সাহিত্যৰ পৰিচয় (প্রাচীন ভাগ) 60117..3 (01600 770117"9 - 45 111] 14071. 100 (151৮ 7/(0 + 1801]. 30) এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া সাহিত্যৰ প্রাচীন যুগটোৰ কাব্য আৰু গদ্যৰ আভাস পাব। গোট- ১ঃ মচযপিদঃ নং-১ (কাআ তৰবৰ পঞ্চবি ডাল) মাধৱ কন্দলি চিত্ৰকূটৰ চিত্ৰ (ৰামায়ণৰ পৰা) গোট- ২৪ শংকৰদেৱ ঃ বৰগীত (নাৰায়ণ কাহে ভকতি কৰো৷ তেৰা) মাধৱদেৱ ঃ গুৰু-ভটিমা গোট-৩ ৪ দুৰ্গাবৰ কায়স্থ £ মনসা-কাব্যৰ পৰা ৰাম সৰস্বতীঃ ভীম চৰিত গোট- ৪ £ অংকীয়া নাট ঃ কালীয়দমন ( শংকৰদেৱ) গোট- ৫৪ গুৰুচৰিত-কথা ঃ গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ আ্ৰীনাথ দুৱৰা বৰবৰুৱা ঃ স্বৰ্গদেৱ ৰুদ্ৰসিংহ (তুংখুঙীয়া বুৰঞ্জী) পাঠ্যপুথি চৰ্যাপদ $ পৰীক্ষিত হাজৰিকা সঞ্চয়ন $ মহেশ্বৰ নেওগ (সম্পা.) স্নাতকৰ কথাবন্ধ $ মহেশ্বৰ নেওগ (সম্পা.) কবিতা মঞ্জৰী ঃ গুৱাহাটী বিশ্ববিদ্যালয় প্রসংগ পুথি ঃ শঙ্কৰদেৱৰ নাট-ভাওনা ঃ পোণা মহন্ত অসমীয়া নাট্য সাহিত্য ঃ সত্যেন্দ্ৰনাথ শৰ্মা অসমীয়া গদ্য সাহিত্যৰ গতিপথ $ হৰিনাথ শৰ্মা দলৈ অসমীয়া কথা সাহিত্য পুৰণি ভাগ ঠ বিৰিঞ্চি কুমাৰ বৰুৱা বাণীকান্ত ৰচনাৱলী $ মহেশ্বৰ নেওগ (সম্পা.) প্রবন্ধগানৰ পৰম্পৰাত বৰগীত $ বাপচন্দ্ৰ মহন্ত অংকীয়া নাট $ বিৰিঞ্চি কুমাৰ বৰুৱা অংকাৱলী £ কালিৰাম মেধি (সম্পা.) মধ্যযুগৰ সাহিত্য $ বসন্ত কুমাৰ ভট্টাচাৰ্য মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যৰ ৰেঙনি $ দীপ্তি ফুকন পাটগিৰি তুংখুঙ্গীয়া বুৰঞ্জী ঃ সূৰ্য্য কুমাৰ ভূঞা (সম্পা.)
Semester-II
ASMDSM-151T Credit : 3 Cotect hours - 45 Full Marks :100 (ESE 70+Intl. 30)
১০165001-]] /১]৬[])১][-151']' অসমীয়া ৰোমাণ্টিক আৰু আধুনিক কবিতা 60110..3 01600 170107"9 - 45 1"11]] 1407" * 100 (1১1 70711]. 30) এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্র-ছাত্ৰীসকল আধুনিক অসমীয়া কবিতা (ৰোমাণ্টিক যুগৰ পৰা সাম্প্ৰতিকলৈ ) আৰু কবিসকলৰ লগত পৰিচিত হ’ব। গোট -১৪ ধনবৰ আৰু ৰতনী $ লক্ষ্মীনাথ বেজবৰুৱা জলকুঁৱৰী ঃ চন্দ্ৰকুমাৰ আগৰৱালা দহিকতৰা $ ৰঘুনাথ চৌধাৰী গোট -২ঃ সোণোৱালী দেশ $ যতীন্দ্ৰনাথ দুৱৰা গোট -৩ ৰাজপথ $ ভৱানন্দ দত্ত গোট -৪ঃ দ্ৰৌপদী $ নিৰ্মল প্রভা বৰদলৈ গোট -৫৪ ব্ৰহ্মপুত্ৰত সূৰ্য্যাস্ত $ নীলমনি ফুকন পাঠ্যপুথি কবিতা মঞ্জৰী নিৰ্মলপ্ৰভা বৰদলৈ (সম্পা.)গুৱাহাটী বিশ্ববিদ্যালয়, সঞ্চয়ন £ মহেশ্বৰ নেওগ (সম্পা.) প্রসংগ পুথি ঃ কবিতাৰ কথা নিৰ্মল প্রভা বৰদলৈ আধুনিক অসমীয়া কবিতা $ চন্দ্ৰ কটকী আধুনিক অসমীয়া কবিতাৰ ৰূপান্তৰ পৰ্ব _$ ভবেন বৰুনা কবি আৰু কবিতা $ নন্দ তালুকদাৰ ৰঘুনাথ চৌধাৰীৰ কাব্য বিচাৰ $ উমেশ ডেকা আৰু নীল মোহন ৰয়
Semister-III
ASMDSM- 201T
Credit : 3 Cotect hours - 45
Full Marks : 100 (ESE 70+Intl. 30)
১০০00719001-][][] /১]৬[])১][- 201']' অসমীয়া গল্প-উপন্যাসৰ পৰিচয় 0%9010..3 0€07604)%007"9 - 45 101] 14071. * 100 (1951৮ 7/071711], 30) অসমীয়া চুটিগল্প আৰু উপন্যাস আধুনিক যুগৰ সৃষ্টি ৷ অসমীয়া সাহিত্যত চুটিগল্প আৰু উপন্যাসৰ উদ্ভৱ আৰু বিকাশৰ ধাৰা সম্পৰ্কে সম্যক ধাৰণা দিবৰ বাবে এই পাঠ্যক্ৰম যুগুত কৰা হৈছে। গোট- ১ ৪ অসমীয়া চুটিগল্প ঃ উদ্ভৱ আৰু বিকাশৰ ধাৰা গোট- ২ নিবাঁচিত গল্প - ধোঁৱা-খোৱা
- লক্ষ্মীনাথ বেজবৰুৱা কাঠনিবাৰী ঘাট - মহিম বৰা প্রহৰী - ভবেন্দ্ৰ নাথ শইকীয়া গোট-৩ £ঃ স্পন্দন - চৈয়দ আব্দুল মালিক ভয়- হোমেন বৰগোহাঞি অবুজ মায়া
- ৰমা দাস গোট- ৪ $ ভানুমতী- পদ্মনাথ গোহাঞিবৰুৱা গোট- ৫ ঃ জীৱনৰ বাটত- বিৰিঞ্চি কুমাৰ বৰুৱা পাঠ্যপুথি ঃ গল্পমঞ্জৰী- শৈলেন ভৰালী ( সম্পা.), গুৱাহাটী বিশ্ববিদ্যালয় ভানুমতী- পদ্মনাথ গোহাঞিবৰুৱা জীৱনৰ বাটত- বিৰিঞ্চি কুমাৰ বৰুৱা ংগ পুথি ঃ আধুনিক গল্প সাহিত্য $ ত্ৰৈলোক্য নাথ গোস্বামী অসমীয়া চুটিগল্পৰ অধ্যয়ন $ প্ৰহ্লাদ কুমাৰ বৰুৱা অসমীয়া উপন্যাসৰ গতিধাৰা সত্যেন্দ্ৰ নাথ শৰ্মা অসমীয়া উপন্যাসৰ ভূমিকা $ সত্যেন্দ্ৰ নাথ শৰ্মা এশ বছৰৰ অসমীয়া উপন্যাস $ নগেন ঠাকুৰ (সম্পা.) উপন্যাস আৰু অসমীয়া উপন্যাস $ গোবিন্দ প্রসাদ শৰ্মা উপন্যাসঃ বিচাৰ আৰু বিশ্লেষণ $ শৈলেন ভৰালী অসমীয়া উপন্যাসৰ ধাৰা ঃ প্ৰফুল্ল কুমাৰ নাথ বাস্তৱতাৰ প্ৰেক্ষাপটত অসমীয়া উপন্যাস ঃ উমেশ ডেকা অসমীয়া উপন্যাসৰ ইতিহাস ঃ গোবিন্দ প্ৰসাদ শৰ্মা
Semester-IV ASMDSM-251T Credit : 3 Cotect hours - 45 Full Marks : 100 (ESE 70+Intl. 30)
১০0165061-] */ /১]৬[])১1[-251']' অসমীয়া নাটকৰ পৰিচয় (0%6011..3 (0760 70147"9 - 45 1"11]] 1407 * 100 (1951৮ 70711]. 30) এই পাঠ্যক্ৰমৰ জৰিয়তে অসমীয়া নাটকৰ পটভূমি, উদ্ভৱ আৰু বিকাশৰ ধাৰাৰ সম্যক জ্ঞান আহৰণ কৰিব । নিৰ্বাচিত নাটকৰ জৰিয়তে অসমীয়া নাটকৰ সামগ্ৰিক পৰিচয় লাভ কৰিবলৈ সক্ষম হ’ব। গোট -১ ঃ অসমীয়া নাটক ঃ উদ্ভৱ আৰু বিকাশ গোট -২ ঃ ৰুক্মিণী হৰণ £ শংকৰদেৱ গোট -৩ $ মণিৰাম দেৱান $ প্ৰৱীণ ফুকন গোট- ৪ ঃ বায়নৰ খোল যুগল দাস গোট -৫ ঃ অভিনয়-কলা, অসমৰ নাট্যমঞ্চৰ পৰিচয় পাঠ্য পুথি ঃ অঙ্কাৱলী ঃ কালিৰাম মেধি ৰুক্মিণী হৰণ নাট $ শংকৰদেৱ বায়নৰ খোল যুগল দাস মণিৰাম দেৱান $ প্ৰৱীণ ফুকন প্রসংগ পুথি ঃ নাট্যকলা দেশী আৰু বিদেশী $ঃ শৈলেন ভৰালী অসমীয়া নাটক পৰম্পৰা আৰু পৰিবৰ্তন $ (সম্পা.) পৰমানন্দ ৰাজবংশী অসমীয়া নাট্য সাহিত্য $ সত্যেন্দ্ৰনাথ শৰ্মা অসমীয়া নাট্য সাহিত্যৰ জিলিঙণি হৰিশ্চন্দ্ৰ ভট্টাচাৰ্য্য অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত সত্যেন্দ্ৰনাথ শৰ্মা নাটকৰ কথা £ পোনা মহন্ত শঙ্কৰদেৱৰ নাট-ভাওনা ঃ পোনা মহন্ত
Semester-IV ASMDSM-252 T Credit : 3 Cotect hours - 45 Full Marks :100(ESE 70+Intl. 30)
Structure of Assamese : Golok Ch. Goswami ১০০100659061-] * /৬১]৬[])১][-252 ']' অসমীয়া ব্যাকৰণ (60170..3 €6071600007"9 - 45 1"1]] 1407 * 10019] 70717], 3(0)) এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে অসমীয়া ব্যাকৰণ বিষয়ক প্রাথমিক জ্ঞান আহৰণ কৰিব পাৰিব। অসমীয়া ভাষাৰ ধ্বনি, ৰূপ, শব্দ আৰু পদৰ শ্রেণীবিভাগ, শব্দসাধন আৰু পদ গঠন প্রক্ৰিয়া:জতুৱা ঠীচ, খণ্ডবাক্য আদিৰ বিষয়ে বিশেষভাৱে জানিব পাৰিব। গোট -১ ঃ অসমীয়া ভাষাৰ ধ্বনি-বিভাজ্য ধ্বনি ( স্বৰ ধ্বনি আৰু ব্যঞ্জন ধ্বনি), অবিভাজ্য ধ্বনি বা লয় বৰ্ণ গোট -২ ঃ ৰূপ, ৰূপৰ প্রকাৰ (মুক্তৰূপ, বদ্ধৰূপ বা সৰ্গ, প্ৰকৃতি, প্ৰত্যয়, বিভক্তি) গোট -৩ ঃ অসমীয়া ভাষাৰ শব্দৰ শ্ৰেণী বিভাগ আৰু শব্দসাধন প্রক্ৰিয়া গোট -৪ $ঃ অসমীয়া ভাষাৰ পদৰ শ্ৰেণী বিভাগ আৰু বিভিন্ন প্ৰকাৰৰ পদৰ পৰিচয় গোট -৫ ঃ অসমীয়া ভাষাৰ বাক্যৰ গঠন আৰু প্রকাৰ, জতুৱা ঠাঁচ,খণ্ডবাক্য প্রসংগ পুথিঃ অসমীয়া ভাষাৰ ৰূপতন্ব ঃ লীলাৱতী শইকীয়া বৰা অসমীয়া ব্যাকৰণ প্রৱেশ ঃ গোলোক চন্দ্ৰ গোস্বামী ধ্বনি বিজ্ঞানৰ ভূমিকা £ গোলোক চন্দ্ৰ গোস্বামী অসমীয়া ভাষাৰ উচ্চাৰণ £ গোলোক চন্দ্ৰ গোস্বামী অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ব $ কালিৰাম মেধি অসমীয়া ভাষাৰ গঠন আৰু বিকাশ $ বাণীকান্ত কাকতি অসমীয়া ভাষাৰ উদ্ভৱ সমৃদ্ধি আৰু বিকাশ ঃ উপেন্দ্ৰ নাথ গোস্বামী ব্যাকৰণ আৰু প্রাকৃতি বিজ্ঞান $ ৰমেশ পাঠক অসমীয়া ভাষাৰ ব্যাকৰণ $ উপেন্দ্ৰ নাথ গোস্বামী অসমীয়া ভাষাৰ ৰূপ-কথা $ উপেন্দ্ৰ নাথ গোস্বামী অসমীয়া ভাষাৰ ৰূপতন্ব ঃ লীলাৱতী শইকীয়া বৰা সাধাৰণ ভাষা বিজ্ঞান আৰু অসমীয়া ভাষা ঃ অনুৰাধা শৰ্মা ০07000016 01 /১৪৪8111692 : (30101 (]], 0709স81]1]1
Semester - V
ASMDSM- 301T
Credit : 3 Cotect hours - 45
Full Marks :100 (ESE 70+Intl. 30) ১৬০10069061 - * /১]৬[][)১1[- 301] নিৰ্বাচিত অসমীয়া গদ্য 0০0810..3 01604 7%0007"9 - 45 101] ]/07/9 : 100 (1951 70711]. 30) জানিব পাৰিব। গোট- ১ ঃ অসমীয়া গদ্যৰ ইতিহাস গোট- ২৪ বিশ্বৰূপ দৰ্শন £ ব্ৰী ভগৱদ্গীতা, একাদশ অধ্যায় গুৰু শিষ্যৰ মণিকাঞ্চন সংযোগ ঃ গুৰুচৰিত কথা গোট- ৩ ঃ স্বৰ্গদেৱ ৰুদ্ৰসিংহ শ্ৰীনাথ দুৱৰা বৰবৰুৱা ইংলেণ্ডৰ বিৱৰণ $ আনন্দৰাম ঢেকিয়াল ফুকন গোট- ৪ £ জীৱনৰ অমিয়া সত্যনাথ বৰা গোট- ৫ ঃ বনঘোষা- গৰখীয়া গীত ঃ ডিম্বেশ্বৰ নেওগ ৰামনৱমী নাটক ঃ তীৰ্থনাথ শৰ্ম পাঠ্যপুথিঃ স্নাতকৰ কথাবন্ধ ঃ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰসংগ পুথিঃ অসমীয়া গদ্যৰ গতিপথ $ হৰিনাথ শৰ্ম দলৈ পুৰণি অসমীয়া সাহিত্য ঃ বাণীকান্ত কাকতি অসমীয়া কথা সাহিত্য বিৰিঞ্চি কুমাৰ বৰুৱা মধ্যযুগৰ অসমীয়া ভাষা-সাহিত্যৰ ৰেঙণি _; দীপ্তি ফুকন পাটগিৰি প্রাচীন অসমীয়া গদ্যশৈলী $ অৰ্পণা কোঁৱৰ বুৰঞ্জী সাহিত্য ঃ লীলা গগৈ গুৰুচৰিত কথা ( পাতনি) $ মহেশ্বৰ নেওগ (সম্পা.)
Semester - V
ASMDSM- 302T
Credit : 3 Cotect hours - 45
Full Marks :100 (ESE 70+Intl. 30)
Cultural History of Assam : Birinchi Kumar Baruah Background of Assamese Culture : Rajmohan Nath ১০106%961" - * /১]৬[])১][- 302"]' অসমীয়া সংস্কৃতিৰ পৰিচয় ঢে০010[..3 61601 7017" - 45 1"%1]] 1407 * 100 (1951; 70711]. 3(0)) এই পাঠ্যক্ৰমৰ জৰিয়তে সংস্কৃতিৰ সংজ্ঞা আৰু স্বৰূপৰ লগতে অসমীয়া মানুহৰ সামাজিক,ধৰ্মীয় আৰু সাংস্কৃতিক আচৰণৰ বিষয়ে ছাত্ৰ-ছবত্ৰীসকলে জ্ঞান লাভ কৰিব। সাংস্কৃতিক বিকাশ আৰু পৰিবৰ্তনে আধুনিক অসমীয়া সমাজত কেনে প্রভাৱ পেলাইছে সেই সম্পৰ্কে এই কাকতৰ জৰিয়তে সম্যক জ্ঞান আহৰণ কৰিব পাৰিব। গোট -১ ঃ সংস্কৃতিৰ সংজ্ঞা আৰু স্বৰূপ গোট -২ ঃ অসমৰ নৃ-গোষ্ঠীয় পৰিচয় আৰু উপাদান গোট -৩ ঃ অসমীয়া সংস্কৃতিৰ মৌলিক উপাদান গোট -৪ £ লোকসংস্কৃতিৰ সংজ্ঞা ,স্বৰূপ আৰু উপাদান গোট -৫ £ অসমৰ লোকসংস্কৃতি ঃ লোকাচাৰ, জনবিশ্বাস, লোক উৎসৱ, লোক নৃত্য-বাদ্য আদি পাঠ্য পুথি ঃ অসমীয়া লোকসংস্কৃতিৰ আভাস $ নবীন চন্দ্ৰ শৰ্মা অসমীয়া সংস্কৃতি ঃ লীলা গগৈ প্রসংগ পুথি ঃ অসমৰ লোক সংস্কৃতি ঠ বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ মানুহৰ নৃ-বৈজ্ঞানিক পৰিচয় $ ভূবন মোহন দাস অসমৰ লোক উৎসৱ ৪ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য অসমীয়া ভাষা আৰু সংস্কৃতি $ বিৰিঞ্চি কুমাৰ বৰুৱা (670[0018| 1]19001'% 01 /১998]]] : ]}1]1]110]]1 ]<!01]1]81" 1}81708]] পুৰণি অসমৰ সমাজ আৰু সংস্কৃতি $ মহেশ্বৰ নেওগ বৰ অসমৰ বৰ্ণিল সংস্কৃতি ঃ উপেন ৰাভা হাকাচাম সত্ৰ সংস্কৃতিৰ ৰূপৰেখা £ কেশৱানন্দ দেৱ গোস্বামী লোক কৃষ্টিৰ উৎস $ শিৱনাথ বৰ্মন 13821]051070110 01 /১৪৪৪111686 (20]0016. : ]২৪)|1]10]]18]ন]1 [খ৪৷]]
Semester - VI ASMDSM-351T Credit : 4 Contect hours - 60 Full Marks :100 (ESE 70+Intl. 30)
১০0065001" - *] /১১[9[][)১০][-35 1 ]' এগৰাকী বিশিষ্ট সাহিত্যিকৰ বিষয়ে অধ্যয়ন (06011. 4 (071601 70147" - 60) 1"%1]] 1407 * 100 (1951; 70711]. 3(0)) এগৰাকী বিশিষ্ট অসমীয়া সাহিত্যিকৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক বিস্তৃতভাৱে জনাৰ সুবিধা প্রদানৰ উদ্দেশ্যে এই কাকতখন প্রস্তুত কৰা হৈছে। গোট -১ ঃ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন পৰিক্ৰমা (‘মোৰ জীৱন সোঁৱৰণ'ৰ আধাৰত ) গোট -২ঃ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা গোট -৩ ঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প গোট -৪ $ লক্ষ্মীনাথ বেজবৰুৱাৰ নাটক গোট -৫ ঃ লক্ষ্মীনাথ বেজবৰুৱাৰ ব্যংগ সাহিত্য পাঠ্যপুথি বেজবৰুৱা ৰচনাৱলী $ নগেন শইকীয়া (সম্পা.) ংগ পুথি ঃ সাহিত্যৰথী ঃ প্রফুল্ল কটকী বেজবৰুৱাৰ সাহিত্য প্রতিভা ঃ বাণীকান্ত শৰ্মা অসমীয়া আধুনিকতাৰ পথিকৃত ঃ লক্ষ্মীনাথ বেজবৰুৱা ; কুসুম্বৰ বৰুৱা (সম্পা.) বেজবৰমন্ৰাৰ সাহিত্য প্রতিভা ঃ বাণীকান্ত শৰ্মা কালন্তৰৰ দোমোজাত লক্ষ্মীনাথ বেজবৰুৱা $ হীৰেন গোহাঁই লক্ষ্মীনাথ বেজবৰুৱা $ চন্দ্ৰপ্ৰসাদ শইকীয়া(সম্পা.) লক্ষ্মীনাথ বেজবৰুৱা সৃজন আৰু মনন $ মদন শৰ্মা লক্ষ্মীনাথ বেজবৰুৱাৰ ভাষা ৪ দীপ্তি ফুকন পাটগিৰি (সম্পা)
Semester - VII
ASMDSM-401T
(Creative Writings)
Credit : 4 Contect hours - 60
Full Marks :100 (ESE 70+Intl. 30)
১০0165061" - * ]] /.১][])১1[-401] সৃজনীমূলক লেখন (0168[1৮6 স11{11169) (06011. 4 €0%0600 00779 - 60) 1"%1]] 1407 * 100 (1951; 70711]. 3(0)) সৃজনীশীল প্ৰতিভা আৰু অনুশীলনৰ স্বাক্ষৰ সৃজনীমূলক সাহিত্য হৈছে এক শিল্প কলা। কলাৰ দৃষ্টিভংগীৰে সাহিত্যৰ বিচাৰ;:সৃজনীমূলক সাহিত্যৰ বিভিন্ন ভাগ আৰু ধাৰাসমূহৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এই কাকত খন প্রস্তুত কৰা হৈছে। গোট -১ ঃ সৃজনীমূলক সাহিত্যৰ ধাৰণা ,পৰিচয় আৰু ভাগসমূহ। সৃজনীমূলক সাহিত্য ৰচনাৰ আৱশ্যকীয় যোগ্যতা। সৃজনীমূলক লেখকৰ সামাজিক দায়বদ্ধতা। গোট -২ ঃ সৃজনীমূলক সাহিত্য হিচাপে কবিতা। কবিতাৰ ৰূপ ভিন্নতা। কবিতাৰ গঠন বিন্যাস-শব্দচয়ন, উপমা,প্ৰতীক আৰু চিত্ৰকল্প কবিতাৰ ভাষা। গোট -৩ ঃ সৃজনীমূলক সাহিত্য হিচাপে চুটিগল্প। চুটিগল্পৰ উপাদান। চুটিগল্পৰ ৰচনাৰীতি আৰু নিৰ্মাণ কৌশল। চুটিগল্পৰ ভাষা। গোট -৪ ঃ সৃজনীমূলক সাহিত্য হিচাপে উপন্যাস। উপন্যাসৰ উপাদান। উপন্যাসৰ ৰচনাৰীতি আৰু ভাষা। উপন্যাসৰ ৰূপ বৈচিত্ৰ্য- এতিহাসিক,আঞ্চলিক,ৰাজনৈতিক,কাব্যধৰ্মী আৰু পত্ৰোউপন্যাস। গোট -৫ ঃ সৃজনীমূলক সাহিত্য হিচাপে নাটক। নাটকৰ উপাদান। নাটকৰ ৰূপ বৈচিত্ৰ্য-পূৰ্ণাংগ নাটক, একাংকিকা নাটক, অঁনাতাৰ নাটক, বাটৰ নাটক। নাটকত সমাজ-বাস্তৱতা। ংগ পুথি ঃ সাহিত্য নিৰ্মান প্ৰসঙ্গ $ মুকুট ভট্টাচাৰ্য (সম্পা.) সৃজনশীলতা ৪ হিল্লোল কুমাৰ পাঠক সৃজনীশীল সাহিত্য $ প্ৰফুল্ল কুমাৰ নাথ সৃজনীমূলক সাহিত্য ঃ প্রেৰণা আৰ্হি $ অতনু ভট্টাচাৰ্য সাহিত্য উপক্ৰমণিকা ৪ মহেন্দ্ৰ বৰা সাহিত্য আলোচনা $ ত্ৰৈলোক্যনাথ গোস্বামী লেখক £ দেৱজিত শৰ্মা (সম্পা.)
Semester - VIII
ASMDSM- 451T Credit : 4 Contect hours - 60 Full Marks :100 (ESE 70+Intl. 30)
১60165001" - * ][]] /৭৷[[)৭[/- 451] অসমীয়া লিপি আৰু ভাষাৰ পৰিচয় (06011. 4 (08160/% 770707"5 - 60 101] ]/07/9 : 100 (1951 70711]. 30) এই পাঠ্যক্ৰমৰ জৰিয়তে অসমীয়া লিপি আৰু অসমীয়া ভাষাৰ ইতিহাসৰ বিষয়ে আলোচনা কৰা হ’ব। অসমীয়া লিপিৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে আলোচনা কৰাৰ লগতে শিলালিপি,তাম্ৰপত্ৰ, সাঁচীপতীয়া পুথিৰ লিপিৰ পৰা আধুনিক ৰূপ পৰিগ্রৰহ কৰা অসমীয়া লিপিৰ বিষয়ে আলোচনা কৰা হ’ব। ইয়াৰ উপৰি ভাৰত ইউৰোপীয় ভাষা পৰিয়ালৰ পৰা৷ অসমীয়া ভাষাই কেনেদৰে কেইবাটাও স্তৰ অতিক্ৰম কৰি আধুনিক অসমীয়া ভাষাৰ ৰূপ ল’লে তাক বিতংকৈ আলোচনা কৰা হ’ব। প্রাচীন অসমীয়া গদ্যৰ বিকাশত চৰিত পুথি আৰু বুৰঞ্জীসমূহৰ গদ্যই এক বিশিষ্ট ভূমিকা লৈছিল। অসমীয়া ভাষাৰ বিকাশৰ ইতিহাসত এইসমূহৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা হ'ব। গোট -১ $ অসমীয়া লিপিৰ উৎপত্তি আৰু বিকাশৰ ধাৰণা৷ গোট -২ ঃ অসমীয়া ভাষাৰ প্রধান লিপি-ধাৰাসমূহৰ পৰিচয় গোট- ৩ ঃ প্রাচীন ভাৰতীয় আৰ্যভাষাৰ পৰা পালি-প্রাকৃত-অপভ্ৰংশ আদি ভাষাৰ বিকাশৰ ধাৰণা, প্ৰাকৃত, অপভ্ৰংশ ভাষাৰ লগত অসমীয়া ভাষাৰ সম্পৰ্ক গোট -৪ ঃ অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ ঃ উৎপত্তি সম্পৰ্কীয় মত, অসমীয়া ভাষাৰ যুগ বিভাজন গোট -৫ ঃ অসমীয়া ভাষাত আৰ্যভিন্ন ভাষাৰ উপাদান পাঠ্যপুথি ঃ অসমীয়া ভাষাৰ উদ্ভৱ, সমৃদ্ধি আৰু বিকাশ ঃ উপেন্দ্ৰ নাথ গোস্বামী পালি-প্রাকৃত-অপভ্ৰংশ ভাষা আৰু সাহিত্য £ নগেন ঠাকুৰ অসমীয়া লিপি ঃ উপেন্দ্ৰ নাথ গোস্বামী প্রসংগ পুথি ঃ ভাষা বিজ্ঞান $ উপেন্দ্ৰ নাথ গোস্বামী অসমীয়া প্রাচীন লিপি ঃ সৰ্বেশ্বৰ কটকী বিশ্বলিপিৰ ভূমিকা ঠ নাৰায়ন দাস পুৰণি অসমীয়া সাহিত্য ঃ বাণীকান্ত কাকতি অসমীয়া কথা সাহিত্য (পুৰণি ভাগ) $ বিৰিঞ্চি কুমাৰ বৰুৱা অসমীয়া গদ্য সাহিত্যৰ গতিপথ $ হৰিনাথ শৰ্মা দলৈ প্রাচীন অসমীয়া সাহিত্যৰ প্রাঞ্জলধাৰা $ তিলক চন্দ্ৰ মজুমদাৰ মধ্যযুগৰ অসমীয়া ভাষা সাহিত্যৰ ৰেঙনি $ দীপ্তি ফুকন পাটগিৰি
Detailed Syllabus of Assamese SEC Courses
Semester - I
ASMSEC- 101T Credit : 3 Cotect hours - 45 Full Marks : 100 (ESE 70+Intl. 30)
Theory of Drama : A. Nichole 1)6081]160 ০%৮]]9]) 019 01./১৪998111696 ১]; (2:001"969 ০০10769061' - ] /%১]৬[১]+0- 101] অভিনয় আৰু মঞ্চকলা ঢে০00[. 3 61601 0727" - 45 1")[[ 14079 * 100 (1১1৮ 70711]. 30) এই পাঠ্যক্ৰমৰ যোগেদি ছাত্ৰ-ছাত্ৰীয়ে অসমীয়া নাটকৰ উদ্ভৱ আৰু ক্ৰমবিকাশ সম্পৰ্কে সম্যক জ্ঞান লাভ কৰিব। তদুপৰি অসমত মঞ্চৰ ইতিহাস, ভ্ৰাম্যমাণ থিয়েটাৰ সম্পৰ্কেও অৱগত হ’ব। এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ- ছাত্ৰীসকলৰ অভিনয় কলাৰ জ্ঞান আৰু দক্ষতাৰ বিকাশ হ’ব। গোট- ১৪ অংকীয়া নাট আৰু ভাওনা $ উৎপত্তি আৰু স্বৰূপ গোট- ২৪ ভাওনাৰ পৰম্পৰা ঃ নামঘৰ-সত্ৰসমূহৰ অৱদান গোট-৩৪ঃ অভিনয় কলা ঃ আঙ্গিক, বাচিক, আহাৰ্য আৰু সাত্বিক গোট- ৪ £ অসমত মঞ্চৰ ইতিহাস ঃ নামঘৰৰ পৰা আধুনিক মঞ্চলৈ গোট-৫ ঃ অসমত ভ্ৰাম্যমাণ থিয়েটাৰ ঃ উদ্ভৱ আৰু বিকাশ পাঠ্যপুথি ভৰতৰ নাট্যশাস্ত্ৰ $ মুকুন্দ মাধৱ শৰ্মা (সম্পা.) অংকমালা $ কেশৱানন্দ দেৱগোস্বামী অংকীয়া নাট $ বিৰিঞ্চি কুমাৰ বৰুৱা অংকাৰলী £ কালিৰাম মেধি (সম্পা.) ংগ পুথিঃ মঞ্চলেখা ঃ অতুলচন্দ্ৰ হাজৰিকা অসমীয়া নাট্য-সাহিত্য $ সত্যেন্দ্ৰনাথ শৰ্মা অসমীয়া নাট্য-সাহিত্যৰ জিলিঙণি £ হৰিশচন্দ্ৰ ভট্টাচাৰ্য নাটক আৰু অভিনয় প্রসংগ £ সত্যপ্ৰসাদ বৰুৱা দেশে দেশে নাট্যকলা $ তড়িৎ চৌধুৰী অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস $ কিশোৰ কুমাৰ ডেকা ভ্ৰাম্যমাণ থিয়েটাৰ $ পংকজ গোস্বামী (সম্পা.) ছশ বছৰীয়া অসমীয়া নাটক, পৰম্পৰা আৰু পৰিৱৰ্তন $ অজিৎ শইকীয়া (সম্পা.) নাট্যকলা দেশী আৰু বিদেশী ঃশৈলেন ভৰালী শঙ্কৰদেৱৰ নাট-ভাওনা ঃ পোণা মহন্ত নাটকৰ কথা £ পোণা মহন্তে ']]601"9 01 ])181]18. :/%. ঘখ1ণ101]62
Semister-II
ASMSEC-151T Credit : 3 Cotect hours - 45 Full Marks : 100 (ESE 70+Intl. 30)
Font Spell Checkers Grammer Checkers
/ Blog)
Word File, Page Maker, PDF, Unicode ( (Proof Reading ) Editing-Copy/Magazine Editing Journal Editing Books etc.) Editors and Editing : H.Y. SHARAD PRASAD & OTHERS Copy Editing : Judith Butcher Computer Fundamentals : P.K Sinha ১০০00159001-]] /১[[১],(:-151']' 60107. 3 07604 700/7"9 - 45 1"1]] 1407 * 100 (151৮ 7071711]. 30) ছাত্ৰ-ছাত্ৰীসকলক কম্পিউটাৰ আৰু ইণ্টাৰনেট সম্পৰ্কে সাধাৰণ জ্ঞান দিয়াৰ লগতে কম্পিউটাৰত অসমীয়া ভাষাৰ প্ৰয়োগৰ প্রতি আগ্ৰহী কৰি তোলাৰ অৰ্থে এই কাকত খন প্রস্তুত কৰা হৈছে। গোট -২ কম্পিউটাৰত অসমীয়া ভাষাৰ প্রয়োগ (অসমীয়া অক্ষৰ (["011), অসমীয়া ছফট্ৱেৰ (5]1)6]1 (116010819) আৰু 0181]]1721' (])6010981'৪ ইত্যাদি) গোট -৩ ঃ ইণ্টাৰনেট আৰু অসমীয়া ভাষা ঃ অসমীয়া ভাষাত প্রকাশিত ইণ্টাৰনেট /ৱেব আলোচনী, ব্লগ (3108) গোট -৪ £ যোগাযোগৰ মাধ্যম হিচাপে ইণ্টাৰনেট, অসমীয়া ভাষাত প্রকাশিত ই-পত্ৰিকা, ই-বাতৰি কাকত আদিৰ পৰিচয় গোট -৫ $ ডি.টি.পি-ঘ01"0 ]"116, "866 ][8]021', ]"])]", []1010006 (ৱৰ্ড ফাইল,পেজমেকাৰ,পি ডি এফ, ইউনিক’ড, প্ৰুফ ৰিডিং ("001 1২ং০801118, ), এডিটিং (]7010116-0:0]1)%৮/1$[8.6821112 17011 00118] 17010116 10019 60০.) ংগ পুথি ঃ ]701001'9 8171017011116, :]].%|. 5[]/%41ং/%1) ]}"]২/১০./%1[) &, 011]1:]২ং5 (0125 170101116 : ][001{]] 1300]161" বিজ্ঞান লেখকৰ হাতপুথি দীনেশ চন্দ্ৰ গোস্বামী (2:0111120121" ]"01108111211819 : ]>]< 5111]18.
Semister-III ASMSEC - 201T
Credit : 3 Cotect hours - 45
Full Marks :100 (ESE 70+Intl. 30)
Translation its Theory and Practice Avadesh Singh Problems of Translation H. Lakhan Translation and Understanding Sukant Choudhury A Linguistics Theory of Translation J.C Catford ১০60015001-]]] /১১]৬[১],(,;- 201']' অনুবাদ কলা 6070.3 07600 70107"% - 45 1"%1]] 1407 * 100 (1951; 70711]. 3(0)) এই কাকতৰ যোগেদি ছাত্ৰ- ছাত্ৰীসকলে অনুবাদ, অনুবাদ তত্ব আৰু অনুবাদৰ ব্যাৱহাৰিক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব । গোট-১ ঃ অনুবাদৰ সংজ্ঞা আৰু স্বৰূপ গোট-২ ঃ অনুবাদৰ প্রয়োজনীয়তা আৰু প্রকাৰভেদ গোট- ৩ঃ অনুবাদ আৰু ভাষাশৈলী গোট-৪ ঃ অনুবাদৰ সমস্যাৱলী গোট-৫ ঃ অনুবাদৰ প্ৰায়োগিক দিশ ঃ ইংৰাজীৰ পৰা অসমীয়ালৈ, হিন্দীৰ পৰা অসমীয়ালৈ, বাংলাৰ পৰা অসমীয়ালৈ ( বিজ্ঞাপন, পুস্তিকা, প্ৰচাৰপত্ৰ, বিভিন্ন লিখন আদি) প্রসংগ পুথি ঃ অনুবাদ পৰিক্ৰমা ঃ প্রফুল্ল কটকী অনুবাদ অধ্যয়ন তত্ব্ব আৰু প্রয়োগ ঃ মদন শৰ্মা অনুবাদ ঃ তত্ত্ব আৰু প্রয়োগ £ নীৰাজনা মহন্ত বেজবৰা তুলনামূলক সাহিত্য আৰু অনুবাদ কলা ঃ কৰবী ডেকা হাজৰিকা তুলনামূলক সাহিত্য আৰু অনুবাদ বিচাৰ $ প্রফুল্ল কটকী ']1811918101] 108 [16017 8110 ])[8.0006 $/%৮৪০629]] ১1116] ]1001211]9 01 '][1811918101] £ ][]. ][.8]|4]]8]1] '[18119180101) 8110 []11021981101116 £ ০0[801{ 0:11000]]01" /% ][]1160180109 '[]12601"য 01 ']1811918101] $ ].(; 08000010
Detailed Syllabus of Assamese IDC Courses Semester - I ASMIDC- 101T Credit : 3 Cotect hours - 45 Full Marks : 100 (ESE 70 + Intl. 30) [ 1)6081160 ১%৮]19])019 01 /১৪১৪1696 ]])(/ €2:001"969 ১০০016%9001 - ] /১]*[][])(;- 101] পৰিৰেশ আৰু অসমীয়া সাহিত্য 6011 ..3 €071620/1 0107" - 45 111] 14071. 100 (151৮ 7/(0 + 1801]. 30) এই পাঠ্যক্ৰমৰ যোগেদি ছাত্র ছাত্ৰীসকলে পৰিৱেশ আৰু সাহিত্যৰ মাজৰ সম্পৰ্ক অনুধাৱন কৰিব পাৰিব। তদুপৰি প্ৰচীন যুগৰে পৰা সাম্প্ৰতিক সময়লৈকে অসমীয়া সাহিত্যত পাৰিপাৰ্শ্বিকতাৰ প্রতিফলন সম্পৰ্কেও অৱগত হ'ব পাৰিব। গোট- ১? পৰিৱেশ আৰু সাহিত্য, সাহিত্যত প্রকৃতি; পাৰিপাৰ্শ্বিক সমালোচনা £ তত্ত্ব আৰু প্রয়োগ গোট- ২£ঃ বিহুনামত প্রকৃতি চিত্ৰণ অনুমোদিত পাঠ- বিহুৰ পাতনি প্ৰফুল্ল দত্ত গোস্বামী গোট-৩৪ঃ শৰৎ বৰ্ণন ঃ শংকৰদেৱ চিত্ৰকূট বৰ্ণন ঃ মাধৱ কন্দলি চৰিত পুথি ঃ পদ- [৩৯-৬০) (পৃ. ১৫-১৮) গোট- ৪ £ঃ চন্দ্ৰকুমাৰ আগৰৱালা ঃ প্ৰকৃতি ৰঘুন৷থ চৌধাৰী £ কেতেকী আনন্দচন্দ্ৰ আগৰৱালা £ঃ আমাৰ গাঁও গোট-৫ঃ অনুৰাধা শৰ্মা পূজাৰী ইয়াত এখন অৰণ্য আছিল পাঠ্যপুথি সঞ্চয়ন ঃ মহেশ্বৰ নেওগ (সম্পা.) ইয়াত এখন অৰণ্য আছিল $ অনুৰাধা শৰ্মা পূজাৰী গুৰু চৰিত কথা $ মহেশ্বৰ নেওগ (সম্পা.) বাৰমাহৰ তেৰ গীত $ প্ৰফুল্ল দত্তগোস্বামী ংগ পুথি ঃ কবিতাৰ বিচাৰ আৰু নতুন সমালোচনা $ হীৰেন গোহাঁই সাহিত্য তত্ব্ব আৰু প্রয়োগ $ বিমল মজুমদাৰ ৰঘুনাথ চৌধাৰীৰ কাব্য-বিচাৰ $ঃ উমেশ ডেকা আৰু নীলমোহন ৰায় অসমত সেউজ সংৰক্ষণ চেতনা আৰু সাহিত্য $ নৱ কুমাৰ চমুৱা
Semester-II
ASMIDC-151T
Credit : 3 Cotect hours - 45
Full Marks :100 (ESE 70+Intl. 30)
-
Introduction to Indian Textual Criticism : S.M. Katre Evolution of Assamese Script : Mahendra Borah Development of Script of Ancient Kamrupa : T.P. Barma
১৬০00690600-]] /১]*প[][]])(:-151]' অসমীয়া লেখন-কলা %6010..3 €6076004)%007"9 - 45 101] 4079 - 100 (195]" 70711]. 30) এই পাঠ্যক্ৰমৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকলে লেখনৰ ইতিহাস,বিভিন্ন লেখন সঁজুলি সম্বন্ধে জ্ঞান আহৰণ কৰিব পাৰিব। তদুপৰি অসমীয়া লিপি সম্বন্ধেও সম্যক জ্ঞান আহৰণ কৰিব পাৰিব। গোট -১ ঃ লেখন কলাৰ ইতিহাস গোট -২ঃ অসমীয়া লেখন কলাৰ ইতিহাস-শিলালিপি, তাম্ৰলিপি, সীচিপাত ইত্যাদি গোট -৩ ঃ অসমৰ লেখন সঁজুলি-মহী, কাপ, মৈলাম, বিন্ধনা, আঁকজাৰি গোট -৪ ঃ অসমীয়া লিপিৰ পৰিচয় -গড়গএঞা, কাইথেলী, বামুণীয়া লিপি গোট -৫ ঃ আধুনিক অসমীয়া লিপি আৰু লেখন প্রযুক্তি -ছপাশাল, টাইপ ৰাইটাৰ, কম্পিউটাৰ পাঠ্যপুথি ঃ ]110"00000011 [0 [11018] '[26স0008| ('110191]] : ০.1/[. <৪.0"6 ]+৬010001]1 01 /১৪৪৪111686 ১০171 : ]9[]1211018. 1}018]] ংগ পুথি ঃ 126%৮210]21]721]1{ 01 ০০01])[ 01 /*110121]{ ]<11010])8; _: '].]>, ]}811]]8 অসমীয়া প্রাচীন লিপি $ সৰ্বেশ্বৰ কটকী কামৰূপ শাসনাৱলী ঃ মহেশ্বৰ নেওগ অসমীয়া লিপি $ উপেন্দ্ৰ নাথ গোস্বামী পাঠ-সমীক্ষা ঃ মহেশ্বৰ নেওগ পাঠ-সমীক্ষা $ মালিনী গোস্বামী বিশ্বলিপিৰ ভূমিকা নাৰায়ন দাস অসমীয়া সংস্কৃতি ঃ লীলা গগৈ আৰু হৰিপ্ৰসাদ নেওগ (সম্পা.) সম্পাদনা আৰু প্রকাশন সাঁচিপাতৰ পৰা ই-বুকলৈ $ নৱ কুমাৰ চমুৱা
Semester-III
ASMIDC- 201T
Credit : 3 Cotect hours - 45
Full Marks :100 (ESE 70+Intl. 30)
Film and Literature Timothy Corrigan Literature in Film Theory and Practical Approaches Linda Costanazo Cahir Literature and Film A Guide to the Theory and Practices of Film Adaptation Robert Stam & Alessandra Raengo
১০০016506-]]] /১[প[[]1)('- 201] চলচ্চিত্ৰ আৰু সাহিত্য ঢে০01[[.3 01601 0707" - 45 1"%1]] 1407: 100 (1951; 70741]. 3(0)) এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্র-ছাত্ৰীসকল কলা হিচাপে চলচ্চিত্ৰ আৰু সাহিত্যৰ বিশেষত্বসমূহৰ লগত পৰিচিত হ’ব।। অসমীয়া চলচ্চিত্ৰৰ চমু ইতিহাসৰ লগতে অসমীয়া সাহিত্যৰ চলচ্চিত্ৰায়ণ সম্পৰ্কেও অৱগত হ’ব। অসমীয়া চলচ্চিত্ৰৰ মাজেৰে সমাজ আৰু সংস্কৃতিৰ কেনেদৰে প্রতিফলন ঘটিছে, সেয়াও অনুধাৱন কৰিব পাৰিব । গোট- ১ ঃ কলা হিচাপে চলচ্চিত্ৰ আৰু সাহিত্য স্বৰূপ, উপাদান, প্ৰকাৰ ভৈদ গোট- ২ ঃ অসমীয়া চলচ্চিত্ৰৰ চমু ইতিহাস, সাহিত্যৰ চলচ্চিত্ৰায়ন, অসমীয়া সাহিত্যৰ চলচ্চিত্ৰায়ন গোট- ৩ ঃ চুটিগল্পৰ চলচ্চিত্ৰায়ণ ‘হলধৰ’ চলচ্চিত্ৰ (পৰিচালনা- সঞ্জীৱ হাজৰিকা) অপূৰ্ব শৰ একে নামৰ গল্পৰ আধাৰত । ‘দীনবন্ধু’ চলচ্চিত্ৰ ( পৰিচালনা - মুনীন বৰুৱা ) ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘যৌতুক’ গল্পৰ আধাৰত। ‘লাজ’ চলচ্চিত্ৰপেৰিচালনা- মঞ্জু বৰা) অৰুণ গোস্বামীৰ ‘মাছমৰীয়া ছোৱালীৰ লাজ’ গল্পৰ আধাৰত গোট- ৪ ঃ উপন্যাসৰ চলচ্চিত্ৰায়ণ ‘ জেতুকা পাতৰ দৰে'- পেৰিচালনা - যদুমণি দত্ত )চৈয়দ আব্দুল মালিকৰ একে নামৰ উপন্যাসৰ আধাৰত ‘অজেয়’- (পৰিচালনা- জাহ্তু বৰুৱা) অৰুণ শমৰি ‘আশীব্বদিৰ ৰং’ উপন্যাসৰ আধাৰত গোট- ৫ ঃ চলচ্চিত্ৰৰ মাজেৰে অসমীয়া সমাজ- সংস্কৃতিৰ প্রতিফলন, অসমীয়া চলচ্চিত্ৰৰ গীত ংগ পুথি ঃ চলচ্চিত্ৰ প্ৰসংগ পদুম বৰুৱা অসমীয়া চলচ্চিত্ৰৰ ছাঁ-পোহৰ $ অপূৰ্ব শৰ্মা চলচ্চিত্ৰ $ অমৰ পাঠক জ্যোতিপ্রসাদৰ পৰা জাহ্নু জোৱাংদাউ আৰু অন্যান্য $ মনোজ বৰপূজাৰী চলচ্চিত্ৰত দৰ্শন, কবিতা আৰু ৰূপক ৪ ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য্য ]'1]]]] 0110 [1[2180016 £ ][]1[]10]1% (:011719817 ].1(2180012 11] ]"1]]]]) 3 "[]]601" 8110 ["180108| /|)}))108.1169 £ [11108 (:091811820 €৪9]011" ][1[2618100162 9110 ]"1[[]8 / (30102 10 076 '[]601') 8110 ["18001069 01 ]"1]]]] /১৮081)208001] ]ং00210 ১0811] & /%16998101"8 1ং২৪০1060 বাঘে টাপুৰ ৰাতি ঃ অপূৰ্ব শৰ্মা আশীবদিৰ ৰং $ অৰুণ শৰ্মা জৈতুকা পাতৰ দৰে ঃ চৈয়দ আব্দুল মালিক মাছমৰীয়া ছোৱালীৰ লাজ ঃ অৰুণ গোস্বামী সাহিত্যৰ চলচ্চিত্ৰকৰণ আৰু অসমীয়া সাহিত্য প্ৰদীপ বড়া
Detailed Syllabus of Assamese MIL Courses Semester - I ASMMIL- 101T Credit : 2 Contect hours - 30 Full Marks : 50
1)6(81100 ১০%]]98]12019 01 /২৪০৪০৪111696 [*[]];; (:001"969 ১০০016%9001 - ] /১১[[/প[][][:- |101"][' যোগাযোগৰ ভাষাৰূপে অসমীয়া (০6011..2 (071601 70107" - 30 1'!{[[] ]/ 079 * 5() যোগাযোগৰ মাধ্যম হিচাপে অসমীয়া ভাষাৰ ব্যৱহাৰ আৰু ইয়াৰ প্রায়োগিক দিশসমূহ ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে এই কাকতখন প্রস্তুত কৰা হৈছে। গোট- ১ ৪ জনসম্পৰ্ক ৰক্ষা আৰু যোগাযোগ গোট- ২ ঃ যোগাযোগ আৰু ইয়াৰ প্রকাৰভেদ £ মৌখিক যোগাযোগ, লিখিত যোগাযোগ, চাক্ষুস যোগাযোগ ইত্যাদি গোট- ৩ ঃ গণমাধ্যম আৰু ইয়াৰ বিভিন্ন প্ৰকাৰ গোট- ৪ £ ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমৰ বাবে সংবাদ পৰিবেশন, বাতৰি কাকতৰ সম্পাদকলৈ চিঠি লেখন, মুকলি চিঠি লেখন শৈলী গোট- ৫ঃ পত্ৰলেখন শৈলী- আবেদন পত্ৰ, স্মাৰক-পত্ৰ, ব্যৱসায় সংক্ৰান্তীয় পত্ৰ, আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ, সম্বৰ্ধনা বা প্ৰশস্তি পত্ৰ, শোকবাৰ্তা, বিবৃতি আদি পাঠ্যপুথিঃ যোগাযোগ কলা $ নীৰাজনা মহন্তবেজবৰা প্রসংগ পুথি ঃ গণ-মাধ্যম আৰু সম্প্ৰচাৰ সাংবাদিকতা $ঃ অংকুৰণ দত্ত সংবাদ, সংবাদপত্ৰ আৰু সাংবাদিকতা ঃ ৰাধিকা মোহন ভাগৱতী বিজ্ঞাপন ঃ অংকুৰণ দত্ত আৰু অনামিকা ৰয় বিষয়ঃ সাংবাদিকতা $ নগেন শইকীয়া সাংবাদিকতা $ মনোজ কুমাৰ গোস্বামী:প্ৰশান্ত কুমাৰ মহন্ত (সম্পা.) প্ৰশাসনীয় পৰিভাষা (প্রথম খণ্ড) ঃ শাসকীয় ভাষা প্রয়োগ সমিতি, দিছপুৰ, গুৱাহাটী বিষয়ঃ সাংবাদিকতা পাৰ্থ চট্টোপাধ্যায় অসমীয়া আখৰ জোঁটনি সমীক্ষা ঃ গোলোক চন্দ্ৰ গোস্বামী অসমীয়া ভাষাৰ উচ্চাৰণ £ গোলোক চন্দ্ৰ গোস্বামী নিকা অসমীয়া ভাষা $ মহেশ্বৰ নেওগ অসমীয়া আখৰ জোঁটনিৰ কথা __;ঃ শিৱনাথ বৰ্মন আৰ্হি পাঠকৰ হাতপুথি $ ৰমেশ পাঠক অসমীয়া আখৰ জোঁটনি উপ-সমিতিৰ সিদ্ধান্ত ঃ অসম সাহিত্য সভা অসমীয়া আখৰ জোঁটনি আৰু লিপ্যম্তৰ পদ্ধতি ? পাঠ্যপুথি প্রণয়ন সমিতি, গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া ভাষাৰ সংৰক্ষণ, সংৰ্বধন আৰু সম্প্ৰচাৰ ঃ অসম সাহিত্য সভা
Semester-III
ASMMIL- 201T
Credit : 2 Contect hours - 30
Full Marks :50
১০016506-][] /%১৷প[[9প[][]:- 201] আধুনিক অসমীয়া সাহিত্যৰ পৰিচয় (09010... 2 07%91600 70777" - 3() 11] 1079 :5() ছাত্ৰ-ছাত্ৰীসকলক আধুনিক অসমীয়া সাহিত্যৰ লগত পৰিচয় কৰি দিবলৈ এই পাঠ্যক্ৰম প্রস্তুত কৰা হৈছে। গোট-১ ঃ কবিতা - অসমীয়া ডেকাৰ উক্তি ঃ জ্যোতিপ্ৰসাদ আগৰৱালা আঘোণৰ কুঁৱলী $ কেশৱ মহন্ত গোট-২৪ গদ্য - কৃপাবৰ বৰবৰুৱাৰ উইল ঃ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যত কৰুণ ৰস বাণীকান্ত কাকতি গোট-২৪ চুটিগল্প - মাকনৰ গোসাঁই $ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য হাতী $ হোমেন বৰগোহাঞি গোট-৪ঃ উপন্যাস - ৰংমিলিৰ হাঁহি £ ৰংবং তেৰাঙ গোট-৫৪ঃ নাটক - শকুনি প্ৰতিশোধ £ গনেশ গগৈ পাঠ্যপুথি £ জ্যোতিপ্ৰসাদ ৰচনাৱলী
-
সত্যেন্দ্ৰ নাথ শৰ্ম (সম্পা) বেজবৰুৱা ৰচনাৱলী $ নগেন শইকীয়া (সম্পা) সঞ্চয়ন ঃ মহেশ্বৰ নেওগ অসমীয়া চুটিগল্প সংকলন (গুৱাহাটী বিশ্ববিদ্যালয়) ঃ লীলাৱতি শইকীয়া বৰা প্ৰসঙ্গ পুথি অসমীয়া গদ্য সাহিত্যৰ গতিপথ হৰিনাথ শৰ্মা দলৈ অসমীয়া নাট্য-সাহিত্য $ সত্যেন্দ্ৰনাথ শৰ্মা অসমীয়া নাট্য-সাহিত্যৰ জিলিঙণি হৰিশচন্দ্ৰ ভট্টাচাৰ্য অসমীয়া চুটিগল্পৰ অধ্যয়ন $ প্ৰহ্লাদ কুমাৰ বৰুৱা অসমীয়া উপন্যাসৰ গতিধাৰা সত্যেন্দ্ৰ নাথ শৰ্মা আধুনিক অসমীয়া কবিতা $ চন্দ্ৰ কটকী
Semester - V ASMSIC - 301 Internship with Industry/Community Engagement/Field Study Credit : 2
১০70165061 - * 7১1১৮]; - 301 ][1(21119]]1]) ্।{]] [00090 /0-0110]|0]1]1{)৮ [1168895211]210]["161]0 ১000 00810. 2