ASMDSC-253TDraft Review

অসমীয়া সংস্কৃতি

Assam UniversityArtsFYUG

Credits4
Total Marks100
Paper TypeDSC
Semester4

ASMDSC-253T Credit : 4 Contect hours - 60 Full Marks : 100 (ESE 70+Intl. 30)

Cultural History of Assam : Birinchi Kumar Baruah Background of Assamese Culture : Rajmohan Nath ১০17696-] * /*১][[)১৫(:--2537]' অসমীয়া সংস্কৃতি (60117. 4 €07%91600 70007 - 6() 1"1]] 1407 * 100 (1951৮ 70711]. 30) এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে সংস্কৃতিৰ সংজ্ঞা,স্বৰূপ আৰু অসমৰ মানুহৰ নৃ-তাত্ব্বিক পৰিচয়ৰ লগতে সামাজিক,ধৰ্মীয় আৰু সাংস্কৃতিক আচৰণৰ বিষয়ে জ্ঞান লাভ কৰিব পাৰিব। গোট -১ ঃ সংস্কৃতিৰ সংজ্ঞা ,উপাদান আৰু স্বৰূপ গোট -২ ঃ সংস্কৃতিৰ সমন্বয় আৰু সমাহৰণ গোট -৩ ঃ অসমৰ মানুহ ঃ নৃতাত্বিক পৰিচয় আৰু প্রৱ্জনৰ ইতিহাস গোট -৪ ঃ অসমৰ প্রাচীন ধৰ্মীয় পৰম্পৰা:অসমৰ নৱবৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতি গোট -৫ $ঃ অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকাচাৰ আৰু লোকবিশ্বাস,পৰম্পৰাগত অসমৰ সাজপাৰ আৰু অয়-অলংকাৰ। (নিৰ্বাচিত জনগোষ্ঠীঃ কাৰ্বি, বড়ো, তিৱা, আদিবাসী) পাঠ্য পুথি ঃ অসমৰ সংস্কৃতি $ লীলা গগৈ অসমীয়া লোকসংস্কৃতিৰ আভাস $ নবীন চন্দ্ৰ শৰ্মা ংগ পুথি ঃ অসমৰ লোক সংস্কৃতি বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ মানুহৰ নৃ-বৈজ্ঞানিক পৰিচয় ঃ ভূবন মোহন দাস অসমৰ লোক উৎসৱ $ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য অসমীয়া ভাষা আৰু সংস্কৃতি $ বিৰিঞ্চি কুমাৰ বৰুৱা ((0001'8| ]]19001'% 01 /১998]]] : ]}1]1]1110]]1 ]<!1011]81" 1}8118]] পুৰণি অসমৰ সমাজ আৰু সংস্কৃতি $ মহেশ্বৰ নেওগ বৰ অসমৰ বৰ্ণিল সংস্কৃতি ঃ উপেন ৰাভা হাকাচাম সত্ৰ সংস্কৃতিৰ ৰূপৰেখা $ কেশৱানন্দ দেৱ গোস্বামী লোক কৃষ্টিৰ উৎস $ শিৱনাথ বৰ্মন 138[051070110 01 /১৪৪81]1686 (2010016. : ]২৪)1110]190] [খ৪]]

                                                     Semester - V