ভাষাবিজ্ঞানৰ প্রাথমিক পৰিচয়
Assam University • Arts • FYUG
ASMDSC-251T Credit : 4 Contect hours - 60 Full Marks :100 (ESE 70+Intl. 30)
Language : Edward Sapir Elements of the Science of Language : IJS Taraporewala A Course in Modern Linguistics : C.F. Hocket
১০০0016%9001- ][ /১]৬[]>)১(১-25]']' ভাষাবিজ্ঞানৰ প্রাথমিক পৰিচয় (06011. 4 ৫০160 70079 - 60 101] ]/07/9 : 100 (1951 70711]. 30) এই পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ভাষাবিজ্ঞানৰ বিভিন্ন বিষয়বোৰৰ পৰিচয় লাভ কৰিব। ভাষা বিজ্ঞানৰ সংজ্ঞা, শাখা-প্রশাখা,অধ্যয়নৰ স্তৰ, বৰ্গীকৰণ, ভাষা পৰিয়ালসমূহ, ভাষাচৰ্চাৰ ইতিহাস সম্পৰ্কে জানিব পাৰিব। গোট -১ $ ভাষাবিজ্ঞানৰ সংজ্ঞা,ভাষাবিজ্ঞানৰ শাখা-প্ৰশাখা ঃ বৰ্ণনাত্মক,এঁতিহাসিক,তুলনামূলক,বৈপৰীত্যমূলক;সমাজ- গোট -২ ঃ ভাষাবিজ্ঞান অধ্যয়নৰ স্তৰ ? ধ্বনিবিজ্ঞান,ধ্বনিতত্ব,ৰূপতত্বব,বাক্যতত্ব আৰু অৰ্থতত্ব গোট -৩ ঃ ভাষাৰ বৰ্গীকৰণ $ ভাষাৰ বৰ্গীকৰণৰ সংজ্ঞা আৰু পদ্ধতি গোট -৪ ঃ পৃথিৱীৰ ভাষা পৰিয়ালসমূহৰ সাধাৰণ পৰিচয় গোট -৫ঃ ভাষা সম্পৰ্কীয় চিন্তা-চৰ্চাৰ ইতিহাস ংগ পুথি ঃ ভাষা বিজ্ঞান $ উপেন্দ্ৰনাথ গোস্বামী ভাষা-সাহিত্যৰ বিবিধ চিন্তা ঃ অৰ্পণা কোঁৱৰ ভাষাবিজ্ঞান উপক্ৰমণিকা £ অৰ্পণা কোঁৱৰ ভাষাতত্ব ঃ দীপ্তি ফুকন পাটগিৰি আধুনিক ভাষা বিজ্ঞানৰ পৰিচয় $ ফণীন্দ্ৰ নাৰায়ণ দত্তবৰুৱা ভাষা বিজ্ঞানৰ ভূমিকা $ ৰমেশ পাঠক ধ্বনি বিজ্ঞানৰ ভূমিকা £ গোলোক চন্দ্ৰ গোস্বামী ]1.81160889662 : [0 স9810.58])11 ]+|21]62119 01 016 ১০121]106 01 [.81196088962 : ]]১০১ '[818])01[68]8. /% €2001962 11] [10092] ].11160190109 : -]', 1]00106{ উপভাষা বিজ্ঞান $ দীপংকৰ মৰল ভাষা-চিন্তা বিচিত্রা $ লীলাৱতী শইকীয়া বৰা (সম্পা.) ভাষা আৰু ভাষা চিন্তা $ নগেন ঠাকুৰ অসমীয়া ৰূপতত্বৰ মৌলিক বিচাৰ $ উপেন ৰাভা হাকাচাম সাধাৰণ ভাষাবিজ্ঞান আৰু অসমীয়া ভাষা ঃ অনুৰাধা শৰ্মা ভাষা, ভাষাবিজ্ঞান আৰু উপভাষা ৪ দীপ্তি ফুকন পাটগিৰি (সম্পা) অসমত ভাষা সম্পৰ্কীয় অধ্যয়নৰ গতি-প্রকৃতি দীপকজ্যোতি মহন্ত
Semester- IV