ASMDSC-151TDraft Review

অসমীয়া সাহিত্যৰ বুৰঞ্জী (আধুনিক যুগৰ পৰা সাম্প্ৰতিকলৈ)

Assam UniversityArtsFYUG

Credits3
Total Marks100
Paper TypeDSC
Semester2

ASMDSC-151T Credit : 3 Contect hours - 45 Full Marks :100 (ESE 70+Intl.30)

Background of Modern Assamese Literature Nagen Saikia ১০016506-4]] /১১]/])১৫-]15]']' অসমীয়া সাহিত্যৰ বুৰঞ্জী (আধুনিক যুগৰ পৰা সাম্প্ৰতিকলৈ) 0০017. 3 071600 700/77"5 - 45 1")1[[ 14079 * 100 (1,১1৮ 707 1111.30) এই পাঠ্যক্ৰমৰ যোগেদি ছাত্ৰ-ছাত্ৰীসকল আধুনিক অসমীয়া সাহিত্যৰ পটভূমি আৰু গতিধাৰা স্্পকে জ্ঞাত হ'ব। তদুপৰি আধুনিক অসমীয়া সাহিত্যৰ প্ৰতিটো যুগৰে প্রতিনিধিত্বমূলক বিশিষ্ট লেখকসকলৰ সাহিত্যকৰ্মৰ বিষয়ে জানিব পাৰিব। গোট-১ ঃ অসমীয়া সাহিত্যৰ আধুনিক যুগ ঃ পটভূমি; ‘অৰুনোদই’, মিছনেৰী সাহিত্য, মিছনেৰী প্রভাৱমুক্ত লেখকসকল গোট-২ ঃ হেমচন্দ্ৰ-গুণাভিৰামৰ যুগ গোট-৩ ঃ জোনাকী যুগ গোট-৪ ঃ আৱাহন আৰু ৰামধেনু যুগ ( কবিতা, নাটক, উপন্যাস, চুটিগল্প ) গোট-৫ ঃ সাম্প্ৰতিক সাহিত্য (১৯৮০ ৰ পৰা বৰ্তমানলৈ ) পাঠ্যপুথি ঃ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত ঃ সত্যেন্দ্ৰনাথ শৰ্মা। অসমীয়া সাহিত্যৰ বুৰঞ্জী (পঞ্চম খণ্ড) ঃ ৰঞ্জিত কুমাৰ দেৱগোস্বামী (সম্পা.)। অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড) $ হোমেন বৰগোহাঞি (সম্পা.)। প্রসংগ পুথি ঃ অসমীয়া সাহিত্যৰ ৰূপৰেখা $ মহেশ্বৰ নেওগ অসমীয়া উপন্যাসৰ ইতিহাস $ গোবিন্দ প্ৰসাদ শৰ্মা অসমীয়া সাহিত্যৰ বুৰঞ্জী (দ্বিতীয় খণ্ড) ঃ শিৱনাথ বৰ্মন (সম্পা.) অসমীয়া চুটিগল্পৰ অধ্যয়ন $ প্ৰহ্লাদ কুমাৰ বৰুৱা অসমীয়া উপন্যাসৰ গতিধাৰা ঃ সত্যেন্দ্ৰনাথ শৰ্মা অসমীয়া উপন্যাসৰ ভূমিকা $ সত্যেন্দ্ৰনাথ শৰ্মা প্রসংগ £ঃ উনবিংশ শতিকাৰ অসমীয়া সাহিত্য $ উমেশ ডেকা আধুনিক অসমীয়া সাহিত্যৰ পৰিচয় ঃ লীলা গগৈ(সম্পা.) অৰুনোদই ঃ মহেশ্বৰ নেওগ(সম্পা.) উনবিংশ শতিকাৰ অসম সংবাদ £ যোগেন্দ্ৰ নাৰায়ণ ভূঞা এশ বছৰৰ অসমীয়া উপন্যাস $ নগেন ঠাকুৰ(সম্পা.) জোনাকী $ নগেন শইকীয়া (সম্পা.) 138[051070110 01 [00611] /*৪৪৪111686 [.1(2180016 ঃ [খ৪৪921] ০৪1]এ8

                                                 Semester-II